• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বি এড চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ্থী সকলৰ শংকা দূৰ কৰিবলৈ স্মাৰকপত্ৰ প্ৰদান গুৱাহাটী বিশ্ববিদ্যালয় আছু গোট আৰু আইন মহাবিদ্যালয় আছু গোটৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 20, 2020 10:04 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বি.এড. চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ্থী সকলৰ অনিশ্চিত ভবিষ্যত সম্পৰ্কত ছাত্ৰ-ছাত্ৰীসকলে ন্যায় পৰাকৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষক সিদ্ধান্ত লবলৈ দাবী জনাই আজি গুৱাহাটী বিশ্ববিদ্যালয় আছু গোট আৰু আইন মহাবিদ্যালয় আছু গোটৰ তৰফৰ পৰা এখন স্মাৰকপত্ৰ প্ৰদান কৰা হয়।

গুৱাহাটী বিশ্ববিদ্যালয় আছু গোট আৰু আইন মহাবিদ্যালয় আছু গোটৰ তৰফৰ পৰা নিম্ন উল্লেখিত বিষয় সমূহ সন্দৰ্ভত ছাত্ৰ-ছাত্ৰী সকলৰ মনৰ শংকা দূৰ কৰিব পৰাকৈ এক বাস্তৱসন্মত নীতিৰ ঘোষণা কৰিবলৈ কৰ্তৃপক্ষক আহ্বান জনায়।

বিজ্ঞাপন RMSA/Special TET/824/2017/172(ইংৰাজী ১৩/ ১১/ ২০১৯) অনুসৰি ১৯/০১/২০২০ তাৰিখে অনুষ্ঠিত হৈ যোৱা হাইস্কুল টেট পৰীক্ষাত অৱতীৰ্ণ হবলৈ বি এড চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থী সকলক অনুমতি প্ৰদান কৰিছিল সেই অনুসৰি যোৱা ০৪/০৩/২০২০ তাৰিখে ঘোষণা কৰা ফলাফলত বহু শিক্ষাৰ্থী উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছিল।

বিগত ১৫/০৮/২০২০ তাৰিখে অসমৰ শিক্ষামন্ত্ৰীয়ে সংবাদমেলত জনোৱা অনুসৰি কম দিনৰ ভিতৰত সেই শিক্ষক সকলক নিযুক্তি প্ৰদান কৰা হ’ব। সেইসূত্ৰে বৰ্তমানৰ বি এড চূড়ান্ত বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত নোহোৱা বাবে এই নিযুক্তি প্ৰক্ৰিয়াৰ পৰা বঞ্চিত হোৱাৰ উপক্ৰম হৈছে।

ইতিমধ্যে, অসমৰ আন আন বিশ্ববিদ্যালয়ৰ বি এড পৰীক্ষা অনুষ্ঠিত কৰি ফলাফল ঘোষণা কৰিছে যাৰ বাবে তেওঁলোকে এই নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰিব। ইয়াৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল তীব্ৰ আশংকাত ভুগিছে লগতে অসম চৰকাৰৰ নিম্ন-উচ্চ প্ৰাথমিক বিদ্যালয়ৰ দ্বিতীয় বাচনি প্ৰক্ৰিয়াত অংশগ্ৰহণৰ পৰাও বঞ্চিত হোৱাৰ উপক্ৰম হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd