৬৫সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ডছ: শ্ৰেষ্ঠ ছবি ‘গালী বয়’, ৰণবীৰ সিং শ্ৰেষ্ঠ অভিনেতা, শ্ৰেষ্ঠা অভিনেত্ৰী আলিয়া ভাট

Gully-Boy-1140x570

'গালী বয়' ছবিখনৰ এটি দৃশ্য। ফটো: টুইটাৰ

৬৫ সংখ্যক এমাজন ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২০ত এইবাৰ উজলি উঠিল ‘গালী বয়’ ছবিখন। ছবিখনে শ্ৰেষ্ঠ ছবিৰ বঁটাৰ লগতে মুঠতে ১১টা বঁটা লাভ কৰে।

‘গালী বয়’ত অভিনয় কৰা অভিনেতা ৰণবীৰ সিঙে ছবিখনত আগবঢ়োৱা প্ৰদৰ্শনৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে। ছবিখনত অভিনয় কৰা অভিনেত্ৰী আলিয়া ভাটে শ্ৰেষ্ঠা অভিনেত্ৰীৰ সন্মান লাভ কৰে।

আনহাতে, শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে জয়া আখতাৰে।

প্ৰথমবাৰৰ বাবে ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠান মুম্বাইৰ বাহিৰত অনুষ্ঠিত কৰা হৈছে আৰু ৬৫ সংখ্যক এইবাৰৰ এই  বঁটা প্ৰদান অনুষ্ঠান শনিবাৰে গুৱাহাটীৰ সৰুসজাইৰ ইন্দিৰা গান্ধী এথলেট ষ্টেডিয়ামত অনুষ্ঠিত কৰা হয়।

বলীউদৰ তাৰকাৰ এই বিশাল সমাৱেশৰ অনুষ্ঠানটো পৰিচালনা কৰে প্ৰযোজক-পৰিচালক কৰন জোহৰ, অভিনেতা বিকি কৌশল আৰু বৰুণ ধাৱানে।

অনুষ্ঠানত দৰ্শকক অক্ষয় কুমাৰ, ৰণবীৰ সিং. আয়ুষ্মান খোৰাণা আৰু কাৰ্তিক আৰিয়ানে তেওঁলোকৰ প্ৰদৰ্শনেৰে মনোৰঞ্জন কৰে।

ৰাজ্যখনৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে টুইটাৰৰ জৰিয়তে সকলোকে ধন্যবাদ জনায়,’চলচ্চিত্ৰ জগতৰ সকলোকে ধন্যবাদ আৰু অসমৰ জনসাধাৰলৈ অভিনন্দন জনাইছো।‘

তেওঁ কয়: ‘আমি এয়া অনুষ্ঠিত কৰিবলৈ পাই গৌৰৱান্বিত।‘

গুৱাহাটীত অনুষ্ঠিত ৬৫ সংখ্যক এমাজন ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২০ৰ বঁটা বিজয়ীসকলৰ সম্পূৰ্ণ তালিকাখন :

Best Film

‘Gully Boy’

Best Director

Zoya Akhtar (‘Gully Boy’)

Best Film (Critics)

‘Article 15’ (Anubhav Sinha)

‘Sonchiriya’ (Abhishek Chaubey)

Best Actor In A Leading Role (Male)

Ranveer Singh (‘Gully Boy’)

Best Actor (Critics)

Ayushmann Khurrana (‘Article 15’)

Best Actor In A Leading Role (Female)

Alia Bhatt (‘Gully Boy’)

Best Actress (Critics)

Bhumi Pednekar (‘Saand Ki Aankh’)

Taapsee (‘Saand Ki Aankh’)

Best Actor In A Supporting Role (Female)

Amruta Subhash (‘Gully Boy’)

Best Actor In A Supporting Role (Male)

Siddhant Chaturvedi (‘Gully Boy’)

Best Music Album

‘Gully Boy’ l Zoya Akhtar-Ankur Tewari

‘Kabir Singh’ I Mithoon, Amaal Mallik, Vishal Mishra, Sachet–Parampara and Akhil Sachdeva

Best Lyrics

Divine and Ankur Tewari – Apna Time Aayega – ‘Gully Boy’

Best Playback Singer (Male)

Arijit Singh…Kalank Nahi…’Kalank’

Best Playback Singer (Female)

Shilpa Rao…Ghungroo…’War’

Best Debut Director

Aditya Dhar – ‘Uri: The Surgical Strike’

Best Debut Actor

Abhimanyu Dassani – ‘Mard Ko Dard Nahi Hota’

Best Debut Actress

Ananya Pandey – ‘Student Of The Year 2’, ‘Pati Patni Aur Woh’

Best Original Story

‘Article 15’ – Anubhav Sinha and Gaurav Solanki

Best Screenplay

‘Gully Boy’ – Reema Kagti and Zoya Akhtar

Best Dialogue

‘Gully Boy’- Vijay Maurya

Lifetime Achievement Award

Ramesh Sippy

Excellence In Cinema

Govinda

RD Burman Award For Upcoming Music Talent

Sashwat Sachdev- URI