• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২০ ছহিদলৈ সন্মান : গুৱাহাটীস্থিত শ্ব’ৰুমে বিক্ৰী বন্ধ কৰিলে চীনত উৎপাদিত সামগ্ৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
June 20, 2020 7:28 pm
Next-Electronics-750x375
495
VIEWS
Share on FacebookShare on Twitter

লাডাখৰ ভাৰত-চীন সীমান্তাৰ গালৱান উপত্যকাত চীনা সৈন্যই ২০ জনকৈ ভাৰতীয় সেনাক হত্যা কৰাৰ পিছতে সমগ্ৰ দেশতে চীনা সামগ্ৰী বৰ্জনৰ এক ধুম উঠিছে।

আনকি দেশৰ বহু ব্যৱসায়িক প্ৰতিষ্ঠানেও চীনত উৎপাদিত তথা চীনা সামগ্ৰী বিক্ৰী বন্ধ কৰাৰ বাবে সাজু হৈ উঠিছে।

তেনে সময়তে গুৱাহাটীস্থিত এখন ব্যৱসায়িক প্ৰতিষ্ঠানেও চীনত উৎপাদিত আৰু চীনা সামগ্ৰী বিক্ৰী বন্ধ কৰাৰ কথা ঘোষণা কৰিছে।

গুৱাহাটীৰ উলুবাৰীস্থিত নেক্সট ইলেক্ট্ৰিনকছএ গালৱান উপত্যকাত নিহত ভাৰতীয় সেনাৰ বীৰ ছহিদৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি চীনত উৎপাদিত তথা সকলোধৰণৰ চীনা সামগ্ৰী বিক্ৰীৰ বন্ধ কৰাৰ কথা ঘোষণা কৰিছে।

প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী অভিষেক ছ’নীয়ে কয় যে, চীনত উৎপাদিত সকলো ধৰণৰ সামগ্ৰী তেওঁলোকে এতিয়াৰ পৰা আৰু বিক্ৰী নকৰে।

ব্যৱসায়িক প্ৰতিষ্ঠানখনে মোবাইল ফোন, এল ই ডি টিভি, ৰিফ্ৰিজেৰেটৰ, ৱাশ্বিং মেচিন আদি সকলোধৰণৰ চীনা সামগ্ৰীকে ইতিমধ্যে ঘূৰাই পঠোৱা বুলি স্বত্বাধিকাৰী গৰাকীয়ে জনাইছে।

“আমি নিজকে সলনি কৰিব লাগিব। যদি আমি নিজকে এতিয়াই সলনি কৰিব পাৰো, তেনে অহা তিনি-চাৰি বছৰত ডাঙৰ পৰিৱৰ্তন এটা কৰিব পাৰিম। আমি ভাৰতীয় সামগ্ৰীসমূহক বিক্ৰী কৰিব লাগিব।” ছ’নীয়ে কয়।

ইফালে, অসম ছেম্বাৰ্ছ অৱ কমাৰ্চএ ৰাজ্যৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানকে চীনৰ সামগ্ৰী বিক্ৰী নকৰিবলৈ আহ্বান জনাইছে।

Recent News

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd