• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টীয়কৰ শিক্ষয়িত্ৰীৰ পদক্ষেপ, শুভাৰম্ভ কৰিলে অত্যাধুনিক শৰীৰ চৰ্চা কেন্দ্ৰ

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
October 20, 2020 8:02 pm
Gym opened in Teok
1.1k
VIEWS
Share on FacebookShare on Twitter

দেহা থাকিলেহে বেহা,উক্ত কথাষাৰৰ তাৎপৰ্য অনুভৱ কৰি টীয়কৰ এগৰাকী মহিলাই আজিৰ পৰা টীয়ক নগৰৰ মাজমজীয়াত আৰম্ভ কৰিছে টাইগাৰ–৩৭ নামেৰে পুৰুষ–মহিলা উভয়ৰে বাবে এক অত্যাধুনিক সা–সুবিধাযুক্ত শৰীৰ চৰ্চা কেন্দ্ৰ।

মহিলাগৰাকী পেচাত এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়ত্ৰী, নাম জ্যোতি বৰা।

টীয়কৰ জগদুৱাৰৰ এই সংস্কৃতিবান মহিলাগৰাকীয়ে কন কন শিশুসকলক জীৱনৰ আদিপাঠ তথা মূল্যবোধৰ শিক্ষা প্ৰদানৰ সমান্তৰালকৈ উঠি অহা প্ৰজন্মই নিজৰ শৰীৰটো যাতে নিৰোগী কৰি ৰাখিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এটি শৰীৰ চৰ্চা কেন্দ্ৰ মুকলি কৰিছে।

এই কেন্দ্ৰত আইৰণ তথা মাল্টি দুই ধৰণৰে শৰীৰ চৰ্চা কৰিব পৰা ব্যৱস্থা আছে আৰু লগতে সংগীত চৰ্চা, যোগাসন আৰু বিশেষকৈ মহিলাসকলৰ বাবে আত্ম প্ৰতিৰক্ষাৰ প্ৰশিক্ষণৰো ব্যৱস্থা কৰিছে বুলি জানিবলৈ দিছে।

যি সময়ত নিজৰ পৰিয়ালৰ লগতে পৰিয়ালৰ অভাৱ অভিযোগ পুৰনতে ব্যক্তিকেন্দ্ৰিক চিন্তাধাৰাৰে সমাজৰ অধিকাংশ ব্যক্তিয়ে ব্যস্ত হৈ পৰিছে তেনে সময়তে জ্যোতি বৰাই কেৱল নিজৰ পৰিয়ালৰ কথা নাভাবি  টীয়কৰ দৰে এখন সৰু চহৰত এই সাংস্কৃতিক,যোগ আৰু শৰীৰ চৰ্চা কেন্দ্ৰটিৰ যোগেদি বিশেষকৈ নৱ প্ৰজন্মক মানসিক সাংস্কৃতিক তথা শাৰীৰিকভাৱে সবল কৰি তুলিবলৈ যি চেষ্টা হাতত লৈছে সেয়া এতিয়া সকলোৱে আদৰণি জনাইছে।

উল্লেখযোগ্য যে এই উপলক্ষে কালি সন্ধ্যা আয়োজিত শুভাৰম্ভ অনুষ্ঠানতে জ্যোতি বৰাৰ স্ব ৰচিত স্বপ্ন সেউজ উপত্যকা নামেৰে এখনি গীতৰ সংকলনৰ শুভ উন্মোচন কৰা হয়।

টীয়ক পৌৰসভাৰ প্ৰাক্তন পৌৰপতি ৰফিক উজ জামানে আত ধৰা উক্ত উদ্বোধনী অনুস্থানত মধ্য যোৰহাট শিক্ষা খণ্ডৰ বিষয়া অৱনী গগৈ ,বিশিষ্ট কবি ৰনজিৎ গগৈ, যোৰহাট বডি বিল্ডিং এচচিয়েছনৰ কেইবাগৰাকীও বিষয়ববীয়া,বিশিষ্ট ব্যৱসায়ী তুলসী হাজৰিকা,  টীয়ক প্ৰেছ ক্লাৱৰ সভাপতি দুলাল হাজৰিকা,উপদেষ্টা নিৰ্মলেন্দু পাঠক, সমাজকৰ্মী ৰুমী চেতীয়া,তুষাৰ পালকে ধৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

Recent News

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd