• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এনডিএফবি (প্ৰ)ৰ সৈতে হ’বলগীয়া কেন্দ্ৰৰ আলোচনাক ‘টাইম পাছ’ আখ্যা হাগ্ৰামাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 20, 2018 6:04 pm
BTC-chief-768x576

বিটিচি প্ৰধান হাগ্ৰামা। ফাইল ফটো

257
VIEWS
Share on FacebookShare on Twitter

বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে মঙলবাৰে তেওঁৰ স্বভাৱসুলভ ভংগীমাৰে সংবাদ মাধ্যমৰ আগত কেতবোৰ মন্তৱ্য কৰিছে। পৃথক বড়ো ৰাজ্যৰ পৰিৱৰ্তে কেন্দ্ৰীয় শাসিত পৰিষদ গঠনৰ চৰ্চাক লৈ ৰাজ্যত পুনৰ পৰিস্থিতি উত্তপ্ত  হৈ উঠাৰ সময়তে হাগ্ৰামাই সংবাদ মাধ্যমৰ আগত কেতবোৰ আমোদজনক মন্তৱ্য কৰে।

হাগ্ৰামাই ডিচেম্বৰত এনডিএফবি(প্ৰ)ৰ সৈতে কেন্দ্ৰৰ পুনৰ অনুষ্ঠিত হ’বলগীয়া আলোচনাক মাত্ৰ ‘টাইম পাছ’ৰ বাবেহে অনুষ্ঠিত হ’ব বুলি মন্তৱ্য কৰে।

আনহাতে, সোমবাৰে নতুন দিল্লীত অনুষ্ঠিত হোৱা আলোচনা এনডিএফবি(প্ৰ)ৰ যুদ্ধবিৰতিৰ ম্যাদ বৃদ্ধিৰ সন্দৰ্ভতহে অনুষ্ঠিত হৈছিল আৰু কেন্দ্ৰীয় শাসিত পৰিষদ গঠনৰ আলোচনাৰ বাবে হোৱা নাছিল বুলি মন্তৱ্য কৰি ‘ইউটিচি’ সম্পৰ্কত তেওঁ কোনো বাতৰি চোৱা নাই বুলিও কয়।

কেন্দ্ৰীয় শাসিত পৰিষদ গঠনৰ বাতৰিক গুৰুত্বহীন বুলি হাগ্ৰামাই মন্তৱ্য কৰা সোমবাৰৰ আলোচনাত এনডিএফবি(প্ৰ)ৰ নেতৃবৰ্গৰ সৈতে এবছুৰ লগতে আন দল-সংগঠনৰ নেতাও উপস্থিত আছিল।

উল্লেখ্যোগ্য যে, সোমবাৰে নতুন দিল্লীত এনডিএফবি(প্ৰ) ,এবছুৰ নেতৃবৰ্গ আৰু পিজেএচিএমৰ নেতৃবৰ্গৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ এখন বৈঠক অনুষ্ঠিত হৈছিল। উক্ত বৈঠকতে অহা ডিচেম্বৰত বড়োলেণ্ড বিষয়ত পুনৰ আলোচনা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু এক প্ৰেছ বিবৃতিত এবছুৱে সেয়া সদৰী কৰিছিল।

তদুপৰি, এবছুৰ সভাপতি প্ৰমোদ বড়োৱে উক্ত আলোচনাত কেন্দ্ৰীয় শাসিত পৰিষদ গঠন সন্দৰ্ভত কোনো আলোচনা হোৱাৰ কথা অস্বীকাৰ কৰাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ পৰা ৰাইজৰ মনোযোগ অঁতৰাই নিয়াৰ কৌশল হিচাপে ইয়াক এক অপপ্ৰচাৰ বুলি অভিহিত কৰিছিল।

Recent News

গুৱাহাটীত ভয়াবহ ৰূপ ধাৰণ কৰিছে প্লাষ্টিক প্ৰদূষণে! প্লাষ্টিক ব্যৱহাৰৰ নিষেধাজ্ঞাৰ তিনি বছৰ পিছতো সলনি নহ’ল মহানগৰীৰ প্ৰতচ্ছবি

গুৱাহাটীত ভয়াবহ ৰূপ ধাৰণ কৰিছে প্লাষ্টিক প্ৰদূষণে! প্লাষ্টিক ব্যৱহাৰৰ নিষেধাজ্ঞাৰ তিনি বছৰ পিছতো সলনি নহ’ল মহানগৰীৰ প্ৰতচ্ছবি

‘আমি একেলগে থাকিবলৈ একত্ৰিত হৈছোঁ’: ৰাজ থাকৰেৰ সৈতে উদ্ধৱৰ পুনৰ্মিলন

‘আমি একেলগে থাকিবলৈ একত্ৰিত হৈছোঁ’: ৰাজ থাকৰেৰ সৈতে উদ্ধৱৰ পুনৰ্মিলন

তিনিচুকিয়াত পুনৰ উদ্ধাৰ হ’ল আহোম যুগত নিৰ্মিত ৬০০ বছৰীয়া এটা পুৰণি পথ

তিনিচুকিয়াত পুনৰ উদ্ধাৰ হ’ল আহোম যুগত নিৰ্মিত ৬০০ বছৰীয়া এটা পুৰণি পথ

এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষতিপূৰণ প্ৰদানত জালিয়াতিৰ অভিযোগ! ক্ষুব্ধ ভুক্তভোগীৰ পৰিয়ালৰ

এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষতিপূৰণ প্ৰদানত জালিয়াতিৰ অভিযোগ! ক্ষুব্ধ ভুক্তভোগীৰ পৰিয়ালৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd