• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এনডিএফবি (প্ৰ)ৰ সৈতে হ’বলগীয়া কেন্দ্ৰৰ আলোচনাক ‘টাইম পাছ’ আখ্যা হাগ্ৰামাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 20, 2018 6:04 pm
BTC-chief-768x576

বিটিচি প্ৰধান হাগ্ৰামা। ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে মঙলবাৰে তেওঁৰ স্বভাৱসুলভ ভংগীমাৰে সংবাদ মাধ্যমৰ আগত কেতবোৰ মন্তৱ্য কৰিছে। পৃথক বড়ো ৰাজ্যৰ পৰিৱৰ্তে কেন্দ্ৰীয় শাসিত পৰিষদ গঠনৰ চৰ্চাক লৈ ৰাজ্যত পুনৰ পৰিস্থিতি উত্তপ্ত  হৈ উঠাৰ সময়তে হাগ্ৰামাই সংবাদ মাধ্যমৰ আগত কেতবোৰ আমোদজনক মন্তৱ্য কৰে।

হাগ্ৰামাই ডিচেম্বৰত এনডিএফবি(প্ৰ)ৰ সৈতে কেন্দ্ৰৰ পুনৰ অনুষ্ঠিত হ’বলগীয়া আলোচনাক মাত্ৰ ‘টাইম পাছ’ৰ বাবেহে অনুষ্ঠিত হ’ব বুলি মন্তৱ্য কৰে।

Apply Now

আনহাতে, সোমবাৰে নতুন দিল্লীত অনুষ্ঠিত হোৱা আলোচনা এনডিএফবি(প্ৰ)ৰ যুদ্ধবিৰতিৰ ম্যাদ বৃদ্ধিৰ সন্দৰ্ভতহে অনুষ্ঠিত হৈছিল আৰু কেন্দ্ৰীয় শাসিত পৰিষদ গঠনৰ আলোচনাৰ বাবে হোৱা নাছিল বুলি মন্তৱ্য কৰি ‘ইউটিচি’ সম্পৰ্কত তেওঁ কোনো বাতৰি চোৱা নাই বুলিও কয়।

কেন্দ্ৰীয় শাসিত পৰিষদ গঠনৰ বাতৰিক গুৰুত্বহীন বুলি হাগ্ৰামাই মন্তৱ্য কৰা সোমবাৰৰ আলোচনাত এনডিএফবি(প্ৰ)ৰ নেতৃবৰ্গৰ সৈতে এবছুৰ লগতে আন দল-সংগঠনৰ নেতাও উপস্থিত আছিল।

উল্লেখ্যোগ্য যে, সোমবাৰে নতুন দিল্লীত এনডিএফবি(প্ৰ) ,এবছুৰ নেতৃবৰ্গ আৰু পিজেএচিএমৰ নেতৃবৰ্গৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ এখন বৈঠক অনুষ্ঠিত হৈছিল। উক্ত বৈঠকতে অহা ডিচেম্বৰত বড়োলেণ্ড বিষয়ত পুনৰ আলোচনা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু এক প্ৰেছ বিবৃতিত এবছুৱে সেয়া সদৰী কৰিছিল।

তদুপৰি, এবছুৰ সভাপতি প্ৰমোদ বড়োৱে উক্ত আলোচনাত কেন্দ্ৰীয় শাসিত পৰিষদ গঠন সন্দৰ্ভত কোনো আলোচনা হোৱাৰ কথা অস্বীকাৰ কৰাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ পৰা ৰাইজৰ মনোযোগ অঁতৰাই নিয়াৰ কৌশল হিচাপে ইয়াক এক অপপ্ৰচাৰ বুলি অভিহিত কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd