• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছনি টিভিৰ ৰিয়েলিটি শ্ব’ ছুপাৰষ্টাৰ চিংগাৰৰ অষ্টম স্থানত হৰ্ষিত; গৃহ চহৰত বিপুল আদৰণি

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
September 19, 2019 7:20 pm
20190919_161939 5

শিৱসাগৰত হৰ্ষিতক উষ্ম আদৰণি। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছনি টিভিৰ ৰিয়েলিটি শ্ব’ চুপাৰ ষ্টাৰ চিংগাৰত নিজৰ স্ব-প্ৰতিভাৰে উজলিছে অসম সন্তান হৰ্ষিত নাথ। দশম স্থানৰ পৰা উন্নীত হৈ এতিয়া হৰ্ষিতে প্ৰৱেশ কৰিছে অষ্টম স্থানত।

নিজৰ যাদুকৰী কণ্ঠৰ লগতে অসম তথা সমগ্ৰ ভাৰতবাসীয়ে ভোটিং প্ৰক্ৰিয়াৰ জড়িয়তে অষ্টম স্থানলৈ উন্নীত কৰিলে হৰ্ষিতক।

ইপিনে,হৰ্ষিত বৃহস্পতিবাৰে আহি উপস্থিত হয় বৰ্তমানৰ গৃহ জিলা শিৱসাগৰত।

মুম্বাইৰ পৰা ১২. ৩০ বজাত বিমানেৰে আহি প্ৰথমতে উপস্থিত হয় যোৰহাটত। তাৰপাছত যোৰহাটৰ পৰা আমগুৰি হৈ শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰত উপস্থিত হয়হি।

ৰংঘৰৰ সন্মুখত বিভিন্ন দল-সংগঠন তথা অনুৰাগীয়ে হৰ্ষিতক সম্বৰ্দ্ধনা জনায়।

ৰংঘৰৰ বাকৰিৰ পৰা ঐক্য সেনা অসমৰ সদস্য সকলে সমদল কৰি দ’লমুখ চাৰিআলিত থকা ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত উপস্থিত হয়।

20190919_162304
ফটো : নৰ্থইষ্ট নাও

এগচি বন্তি জ্বলাই ভূপেনদাৰ আৰ্শীবাদ লোৱাৰ লগতে সমগ্ৰ শিৱসাগৰ তথা অসমবাসীৰ পৰা মৰম আৰু আৰ্শীবাদ বিচাৰে যাতে তেওঁ শীৰ্ষ স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে।

উল্লেখ্য যে ভূপেন হাজৰিকাৰ এই প্ৰতিমূৰ্তিৰ সন্মুখতেই ৪ বছৰৰ আগত হৰ্ষিতে সংগীতৰ যাত্ৰা আৰম্ভ কৰিছিল।

দিখৌপৰীয়া সন্মিলিত যুৱ সংঘই আয়োজন কৰা ভূপেনদাৰ মৃত্যু দিৱসত অনুষ্ঠিত গীতৰ অনুষ্ঠানত উদ্যোক্তা সকলক হৰ্ষিতে ভূপেন্দ্ৰ সংগীত এটা গাব দিবলৈ অনুৰোধ জনায় আৰু হৰ্ষিতৰ গীতে উপস্থিত সকলোকে মুগ্ধ কৰিছিল। সেই সময়ত হৰ্ষিতৰ বয়স আছিল মাত্ৰ ৪ বছৰ।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd