• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰামদেৱৰ মুখত হাঁহি! : এক লক্ষ ৰোগীক ‘ক’ৰোনিল’ দিব এখন ৰাজ্যৰ চৰকাৰে; কোন চৰকাৰে?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 25, 2021 2:33 pm
index
568
VIEWS
Share on FacebookShare on Twitter

কৰোনাকালীন পৰিস্থিতিত দেশত বিতৰ্কৰ সূত্ৰপাত কৰা ৰামদেৱৰ মুখত হাঁহি বিৰিঙাবলৈ আগবাঢ়িছে এখন ৰাজ্যৰ বিজেপি চৰকাৰে।

ৰামদেৱৰ প্ৰতিষ্ঠান পতঞ্জলিয়ে প্ৰস্তুত কৰা বিতৰ্কিত কৰোনা ভেকচিন কৰ’লিনৰ প্ৰায় এক লাখ ড’জ ৰোগীক প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে হাৰিয়ানাৰ চৰকাৰে।

সোমবাৰে ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী অনিল ভিজে টুইটাৰ যোগে এই সিদ্ধান্তৰ কথা প্ৰকাশ কৰিছে। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি হাৰিয়ানা চৰকাৰে কৰোনা ৰোগীক বাবা ৰামদেৱে প্ৰস্তুত কৰা ক’ৰোনিল প্ৰতিষেধকটি এক লক্ষ কৰোনা ৰোগীক বিনামূলীয়াকৈ প্ৰদান কৰিব।

প্ৰতিষেধকৰ খৰচ হাৰিয়ানা চৰকাৰ আৰু ৰামদেৱৰ প্ৰতিষ্ঠান পতঞ্জলিয়ে বহন কৰিব বুলিও প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী অনিল ভিজে।

স্মৰ্তব্য যে ৰামদেৱৰ কৰ’লিনক কৰোনাৰ প্ৰতিষেধক হিচাপে দাবী কৰি আহিলেও কোনো গৱেষণা প্ৰতিষ্ঠানে ইয়াক স্বীকৃতি প্ৰদান কৰা নাই। প্ৰতিষেধকবিধ বিজ্ঞানসন্মতভাৱে প্ৰস্তুত কৰা হোৱা নাই বুলি স্বীকৃতি প্ৰদান কৰা হোৱা নাই।

হাৰিয়ানা চৰকাৰে প্ৰায় ১ লাখ লোকক এই প্ৰতিষেধক বিনামূলীয়াকৈ প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা বুলি প্ৰকাশ পোৱাৰ পিছতে সমগ্ৰ দেশজুৰি পুনৰ বিতৰ্কৰ সূত্ৰপাত হৈছে।

উল্লেখ্য যে যোৱা ফেব্ৰুৱাৰীত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনৰ উপস্থিতিত ৰামদেৱৰ ক’ৰোনিল বজাৰৰ বাবে মুকলি কৰিলেও বিশ্ব স্বাস্থ্য সংস্থা(WHO)ই ইয়াক স্বীকৃতি প্ৰদান কৰা নাছিল আৰু ৰামদেৱৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি মাদ্ৰাজ উচ্চ ন্যায়ালয়ে জৰিমনাও বিহিছিল।

Tags: COVID-19

Recent News

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

যুদ্ধবিৰতিৰ পাছত স্বাভাৱিক হৈছে জম্মু-কাশ্মীৰৰ পৰিস্থিতি, মাজ নিশাৰ পৰা সেনাই দিয়া নাই কোনো অস্বাভাৱিক পৰিস্থিতিৰ ইংগিত

যুদ্ধবিৰতিৰ পাছত স্বাভাৱিক হৈছে জম্মু-কাশ্মীৰৰ পৰিস্থিতি, মাজ নিশাৰ পৰা সেনাই দিয়া নাই কোনো অস্বাভাৱিক পৰিস্থিতিৰ ইংগিত

জুন মাহত তিনি মাহৰ বাবে একেলগে দিয়া হ’ব ৰেচন কাৰ্ডৰ চাউল-মুখ্যমন্ত্ৰীৰ ঘোষণা

জুন মাহত তিনি মাহৰ বাবে একেলগে দিয়া হ’ব ৰেচন কাৰ্ডৰ চাউল-মুখ্যমন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd