• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দিল্লীত উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰত আক্ৰমণ! তিনিজনক আটক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 3, 2025 5:29 pm
দিল্লীত উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰত আক্ৰমণ! তিনিজনক আটক
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ ৰাজধানী চহৰ দিল্লীত বিভিন্ন সময়ত উত্তৰ্পূবৰ ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত শাৰিৰীক বা মানসিক ভাৱে অপদস্থ কৰাৰ ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। শেহতীয়াকৈ পুনৰ তেনে এক ঘটনাৰ পুনৰাবৃত্তি ঘটিছে। দুজন উত্তৰ পূবৰ ছাত্ৰক আক্ৰমণ কৰাৰ ঘটনা পোহৰলৈ আহিছে।

জানিব পৰা মতে দিল্লীৰ বিজয় নগৰ এলেকাত মণিপুৰৰ দুজন ছাত্ৰক ছুৰীৰে আক্ৰমণ কৰাৰ অভিযোগত কৃষ্ণ আৰু কৃষ্ণ কাশ্যপ নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে এজন নাবালকক আৰক্ষীয়ে আটক কৰে। শিক্ষা অৰ্জনৰ সূত্ৰে দিল্লীত থকা জেৰী আৰু শ্বেফাৰ্ড নামৰ উত্তৰ-পূবৰ ছাত্ৰ দুয়জনে এখন দোকানত পানী ক্ৰয় কৰি থকা অৱস্থাত ঘটনাটো সংঘটিত হয়।

আৰক্ষী উপ আয়ুক্তই জনোৱা মতে, বাইক আৰোহী চাৰিজন লোকে ভুক্তভোগীৰ সৈতে কাজিয়া কৰে, আৰু এজনে জেৰীৰ পেটত আৰু শ্বেফাৰ্ডক পিছফালে ছুৰীৰে আঘাত কৰে। গুৰুতৰভাৱে আহত দুজনক ততাতৈয়াকৈ বাৰা হিন্দু ৰাও চিকিৎসালয়লৈ প্ৰেৰণ কৰে বন্ধু এজনে।

ঘটনাৰ পিছতে মডেল টাউন আৰক্ষী থানাত গোচৰ ৰুজু কৰা হয়। সম্প্ৰতি চিচিটিভিৰ ফুটেজ, কল ৰেকৰ্ড পৰীক্ষাৰ অন্তত স্থানীয় সূত্ৰৰ সহায়ত আৰক্ষীয়ে অভিযুক্তক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰে আৰু অভিযুক্তই অপৰাধ স্বীকাৰ কৰে। দুয়োৰে কোনো পূৰ্বৰ অপৰাধজনিত গোচৰ নাই বুলি উল্লেখ কৰিছে আৰক্ষীয়ে। অৱশ্যে এতিয়াও পলাতক চতুৰ্থজন সন্দেহযুক্ত লোক। আৰক্ষীয়ে চতুৰ্থজন অভিযুকক বিচাৰি অভিযান অব্যাহত আছে বুলি সদৰী কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০২৫ বৰ্ষক অসমত ‘গ্ৰন্থৰ বৰ্ষ’ হিচাপে উদযাপনৰ ঘোষণা! অনুষ্ঠিত হ’ব আঠখনকৈ গ্ৰন্থমেলা

২০২৫ বৰ্ষক অসমত ‘গ্ৰন্থৰ বৰ্ষ’ হিচাপে উদযাপনৰ ঘোষণা! অনুষ্ঠিত হ’ব আঠখনকৈ গ্ৰন্থমেলা

August 24, 2025 4:06 pm
অনলাইন আৰু দূৰশিক্ষাৰ মাধ্যমত নিষিদ্ধ হ’ব স্বাস্থ্যসেৱা সম্পৰ্কীয় পাঠ্যক্ৰম!  বিশ্ববিদ্যালয় অনুদান আয়োগৰ ঘোষণা

অনলাইন আৰু দূৰশিক্ষাৰ মাধ্যমত নিষিদ্ধ হ’ব স্বাস্থ্যসেৱা সম্পৰ্কীয় পাঠ্যক্ৰম!  বিশ্ববিদ্যালয় অনুদান আয়োগৰ ঘোষণা

August 24, 2025 3:13 pm
আশাহত ক্ৰিকেটানুৰাগী! টেষ্ট, এদিনীয়া, টি-২০ সকলো ক্ৰিকেট ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা চেতেশ্বৰ পূজাৰাৰ

আশাহত ক্ৰিকেটানুৰাগী! টেষ্ট, এদিনীয়া, টি-২০ সকলো ক্ৰিকেট ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা চেতেশ্বৰ পূজাৰাৰ

August 24, 2025 12:01 pm
চন্দ্ৰ-সূৰ্যৰ গতিপথেৰে সময় নিৰ্ধাৰণ, স্নাতক স্তৰৰ গণিতত পৌৰাণিক ধাৰণা! বিতৰ্কত বিশ্ববিদ্যালয় অনুদান আয়োগ

চন্দ্ৰ-সূৰ্যৰ গতিপথেৰে সময় নিৰ্ধাৰণ, স্নাতক স্তৰৰ গণিতত পৌৰাণিক ধাৰণা! বিতৰ্কত বিশ্ববিদ্যালয় অনুদান আয়োগ

August 24, 2025 11:05 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০২৫ বৰ্ষক অসমত ‘গ্ৰন্থৰ বৰ্ষ’ হিচাপে উদযাপনৰ ঘোষণা! অনুষ্ঠিত হ’ব আঠখনকৈ গ্ৰন্থমেলা

২০২৫ বৰ্ষক অসমত ‘গ্ৰন্থৰ বৰ্ষ’ হিচাপে উদযাপনৰ ঘোষণা! অনুষ্ঠিত হ’ব আঠখনকৈ গ্ৰন্থমেলা

August 24, 2025 4:06 pm
অনলাইন আৰু দূৰশিক্ষাৰ মাধ্যমত নিষিদ্ধ হ’ব স্বাস্থ্যসেৱা সম্পৰ্কীয় পাঠ্যক্ৰম!  বিশ্ববিদ্যালয় অনুদান আয়োগৰ ঘোষণা

অনলাইন আৰু দূৰশিক্ষাৰ মাধ্যমত নিষিদ্ধ হ’ব স্বাস্থ্যসেৱা সম্পৰ্কীয় পাঠ্যক্ৰম!  বিশ্ববিদ্যালয় অনুদান আয়োগৰ ঘোষণা

August 24, 2025 3:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd