• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আয়াৰলেণ্ডত গণ প্ৰহাৰ এগৰাকী ভাৰতীয়ক! উলংগ কৰি ৰাজপথত পেলাই থৈ গ’ল ভাৰতীয় যুৱকক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 23, 2025 1:17 pm
195
VIEWS
Share on FacebookShare on Twitter

এইবাৰ আয়াৰলেণ্ডত বৰ্ণবাদৰ বলি এজন ভাৰতীয়! আয়াৰলেণ্ডৰ ৰাজধানী ডাবলিনৰ ৰাজপথত এজন ভাৰতীয় লোকক প্ৰহাৰ কৰাৰ অভিযোগ। অভিযোগ অনুসৰি এদল যুৱকে ভাৰতীয় লোকজনক মাৰপিট কৰি উলংগ কৰি ৰাজপথত পেলাই দিয়ে। তেওঁলোকৰ প্ৰাৰম্ভিক ধাৰণা যে সেয়া আছিল বৰ্ণবাদৰ এটা কাণ্ড। অৱশ্যে ইয়াৰ আঁৰত আন কিবা কাৰণ আছে নে নাই সেই বিষয়েও তদন্ত চলি আছে।

আইৰিছ টাইমছৰ এক প্ৰতিবেদন অনুসৰি, ভুক্তভোগীৰ বয়স প্ৰায় ৪০ বছৰ। যোৱা ১৯ জুলাইত ডাবলিনৰ টালাব’ট অঞ্চলত সংঘটিত হোৱা এই ঘটনাটো স্থানীয় ৰাইজে ৰাজপথত ৰক্তাক্ত অৱস্থাত পৰি থকা অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায়। উদ্ধাৰকাৰীয়ে দাবী কৰা মতে, তেওঁৰ মুখ, হাত-ভৰিৰ পৰা তেজ ওলাই আছে।

আক্রমণকাৰীয়ে দাবী কৰে যে ভাৰতীয়গৰাকীয়ে অঞ্চলটোত একাংশ শিশুৰ সৈতে অসৎ আচৰণ কৰিছিল৷ সেয়ে তেওঁৰ বিৰুদ্ধে ‘ব্যৱস্থা’ গ্ৰহণ কৰিছে। অৱশ্যে আইৰিছ আৰক্ষীয়ে সেই দাবী মানি ল’বলৈ অনিচ্ছুক। তেওঁলোকৰ মতে, ব্যক্তিজনৰ বিৰুদ্ধে মিছা অভিযোগ বিয়পাই ইচ্ছাকৃতভাৱে এই প্ৰহাৰৰ কৰা হৈছে। আয়াৰলেণ্ডত থকা ভাৰতৰ ৰাষ্ট্ৰদূত অখিলেশ মিশ্ৰই এই ঘটনাক গৰিহণা দিয়ে। এক্স পোষ্টত তেওঁ লিখিছে, “আশাকৰোঁ দোষীক শাস্তি দিয়া হ’ব।”

উল্লেখ্য যে এই ঘটনা স্বীকাৰ কৰিছে দেশৰ মন্ত্ৰী জিম অ’কেলাঘানে। তেওঁ এই সন্দৰ্ভত সম্পূৰ্ণ তদন্ত অব্যাহত থকা বুলি জানিবলৈ দিছে। একে সময়তে তেওঁ এইটোও স্বীকাৰ কৰিছে যে আয়াৰলেণ্ডত অনুপ্ৰৱেশকাৰীৰ ওপৰত অত্যাচাৰৰ সংখ্যা বৃদ্ধি পাইছে, যিটো নিন্দনীয়। জিমে দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে।

Recent News

মাত্ৰ ১১ মিনিটৰ বাবে খোলা গাজাৰ সাহায্য শিবিৰ মৃত্যুৰ ফান্দলৈ পৰিণত, ৩ দিনত অনাহাৰে মৃত্যুমুখত পৰিল ২১জন শিশু

মাত্ৰ ১১ মিনিটৰ বাবে খোলা গাজাৰ সাহায্য শিবিৰ মৃত্যুৰ ফান্দলৈ পৰিণত, ৩ দিনত অনাহাৰে মৃত্যুমুখত পৰিল ২১জন শিশু

পদত্যাগ কৰাৰ নিশাই চৰকাৰী বাসভৱন এৰাৰ প্ৰস্তুতি চলাইছিল প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে!

পদত্যাগ কৰাৰ নিশাই চৰকাৰী বাসভৱন এৰাৰ প্ৰস্তুতি চলাইছিল প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে!

বন্দে ভাৰত এক্সপ্ৰেছৰ খাদ্যত ওলাল পোক! ফটো দেখি কি প্ৰতিক্ৰিয়া ৰে’লৱেৰ?

বন্দে ভাৰত এক্সপ্ৰেছৰ খাদ্যত ওলাল পোক! ফটো দেখি কি প্ৰতিক্ৰিয়া ৰে’লৱেৰ?

বিজেপি শাসিত ওড়িশাত অপহৃত নাবালিকাক দলবদ্ধ ধৰ্ষণ! পলায়ন কৰাৰ সময়ত পুনৰ ট্ৰাক চালকৰ যৌন কামনাৰ বলি

বিজেপি শাসিত ওড়িশাত অপহৃত নাবালিকাক দলবদ্ধ ধৰ্ষণ! পলায়ন কৰাৰ সময়ত পুনৰ ট্ৰাক চালকৰ যৌন কামনাৰ বলি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd