• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দুটাতকৈ অধিক সন্তান জন্ম দিয়ক : নৱ দম্পতীলৈ বাৰ্তা মোহন ভাগৱতৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 2, 2024 4:49 pm
164
VIEWS
Share on FacebookShare on Twitter

জনসংখ্যাৰ ফালৰ পৰা ইতিমধ্যে বিশ্বৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে ভাৰতে। কিন্তু অস্তিত্ব ৰক্ষাৰ বাবে অধিকতকৈ অধিক সন্তান জন্ম দিবলৈ বাৰ্তা প্ৰদান কৰিছে হিন্দুত্ববাদী নেতাসকলে।

আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতেও শেহতীয়াকৈ অধিক সন্তান জন্ম দিবলৈ আহ্বান জনাইছে। শেহতীয়াকৈ তেওঁ আৰ এছ এছৰ এখন সভাত অংশগ্ৰহণ কৰি নৱ বিবাহিত দম্পতী সকলক কমেও ২-৩টা সন্তান জন্ম দিবলৈ আহ্বান জনাইছে।

নাগপুৰত অনুষ্ঠিত সমাৱেশত অংশগ্ৰহণ কৰি ভাগৱতে কয় যে জনসংখ্যা হ্ৰাস পাবলৈ আৰম্ভ কৰিছে। এইটো বৰ চিন্তনীয়। আধুনিক জনগাঁথনিয়ে কয় যে এখন সমাজৰ জনসংখ্যা ২.১ শতাংশৰ তললৈ নামি গ’লেই বিনাশ ঘটে। পৃথিৱীত ইয়াৰ বহু উদাহৰণ পোৱা যায়। ফলত জনসংখ্যা কোনো প্ৰকাৰে ২.১ শতাংশৰ তললৈ নামিব নালাগে।”

একে সময়তে তেওঁ কয় যে আমাৰ দেশৰ জনসংখ্যা নীতি ১৯৯৮ চনৰ পৰা ২০০২ চনলৈকে তৈয়াৰ কৰা হৈছিল। য’ত কোৱা হৈছে, যিকোনো সমাজৰ জনসংখ্যা ২.১%ৰ তললৈ নামিব নালাগে। ফলস্বৰূপে এই ২.১% হাৰ বজাই ৰাখিবলৈ হ’লে দুটাতকৈ অধিক সন্তান জন্ম হ’ব লাগিব। জনসংখ্যা বিজ্ঞানে সেইটোৱেই কয়।”

যদিও ভাগৱতে কোনো সম্প্ৰদায়ৰ নাম উল্লেখ কৰা নাই, ৰাজনৈতিক মহলে ভাগৱতৰ এই বাৰ্তা হিন্দু সম্প্ৰদায়ক লক্ষ্য কৰি লোৱা বুলি বিশ্বাস কৰে। কাৰণ শেহতীয়াকৈ এটা ৰিপৰ্ট ওলাইছে। য’ত দাবী কৰা হৈছে যে দেশত হিন্দুৰ জনসংখ্যা ৭.৮ শতাংশ হ্ৰাস পাইছে।

শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ভাৰতে চীনক অতিক্ৰম কৰি জনসংখ্যাৰ ক্ষেত্ৰত বিশ্বৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে।

Recent News

পন্ত-ৰাহুলৰ শতকৰ পিছত ৩১ ৰানতে ৬ টা উইকেটৰ পতন ভাৰতৰ; জয়ৰ বাবে ইংলেণ্ডক লাগে আৰু ৩৫০ ৰান

পন্ত-ৰাহুলৰ শতকৰ পিছত ৩১ ৰানতে ৬ টা উইকেটৰ পতন ভাৰতৰ; জয়ৰ বাবে ইংলেণ্ডক লাগে আৰু ৩৫০ ৰান

কাছাৰত ‘গুটখা’ সেৱন কৰি মৃত্যু এগৰাকী অসম আৰক্ষী বিষয়াৰ

কাছাৰত ‘গুটখা’ সেৱন কৰি মৃত্যু এগৰাকী অসম আৰক্ষী বিষয়াৰ

অম্বুবাচী মেলাৰ ভক্তসকলৰ সেৱাৰ্থে ব্যাপক ব্যৱস্থা গ্ৰহণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

অম্বুবাচী মেলাৰ ভক্তসকলৰ সেৱাৰ্থে ব্যাপক ব্যৱস্থা গ্ৰহণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

বৃক্ক বিকল হ’লে শৰীৰে দিয়ে এই সংকেতসমূহ! আওকাণ কৰিলে হ’ব বিপদ

বৃক্ক বিকল হ’লে শৰীৰে দিয়ে এই সংকেতসমূহ! আওকাণ কৰিলে হ’ব বিপদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd