• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এংকৰে হিন্দীত কথা কোৱাৰ বাবে মঞ্চ এৰি যাবলৈ ওলাল এ আৰ ৰহমান, চাওক ভিডিঅ’!

এন ই নাও নিউজ by এন ই নাও নিউজ
March 26, 2021 6:27 pm
এংকৰে হিন্দীত কথা কোৱাৰ বাবে মঞ্চ এৰি যাবলৈ ওলাল এ আৰ ৰহমান, চাওক ভিডিঅ’!
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোনোধৰণৰ বিতৰ্কত সাঙোৰ খাই নপৰা এ.আৰ. ৰহমান শেহতীয়াকৈ এটা মন্তব্যৰ জৰিয়তে চৰ্চালৈ আহিছে।

চেন্নাইত ‘নাইনটি নাইন চংছ’ নামৰ চিনেমাখনৰ অডিঅ’ মুকলি অনুষ্ঠানত এংকৰগৰাকীয়ে হিন্দীত কথা কোৱাৰ বাবে এ.আৰ. ৰহমানে তেওঁক উদ্দেশ্যি তীৰ্যক মন্তব্য আগবঢ়ায়।

অস্কাৰ বিজয়ী সংগীত পৰিচালকজনে প্ৰথমবাৰৰ বাবে প্ৰযোজনা কৰা সাংগীতিক চিনেমাখনৰ অনুষ্ঠানটোত অভিনেতা এহান ভাটক অনুষ্ঠানৰ এংকৰজনে হিন্দীত কথা কোৱাৰ বাবে ৰহমানে মঞ্চ এৰি যাবলৈ উলায়।

মঞ্চ এৰি যাবলৈ উলোৱাৰ পূৰ্বে ৰহমানে আচৰিত হৈ এংকৰগৰাকীক সুধিছিল- ”হিন্দী? তোমাক মই সোধা নাছিলোনে যে তুমি তামিল ভাষাত কথা কোৱা নে নোকোৱা?”

পাছত, ৰহমানে হাঁহে আৰু কয় যে তেওঁ ধেমালি কৰিছে।

এংকৰগৰাকীয়েও কথাটো সাধাৰণভাৱে লয় আৰু কয় যে এহান ভাটক হিন্দীত কেৱল তেওঁ আদৰণিহে জনাইছিল।

 

View this post on Instagram

 

A post shared by Surya (@suryasurya5073)

উল্লেখযোগ্য যে এআৰ ৰহমানৰ নিজা ৰাজ্য তামিলনাডুত হিন্দী ভাষাৰ বিৰুদ্ধে প্ৰবল জনমত আছে।

ৰাজ্যখনত হিন্দী ভাষাৰ আধিপত্যৰ বিৰুদ্ধে পূৰ্বে বহুতো চেলিব্ৰেটি আৰু নাগৰিকে মাত মাতি আহিছে।

এই ঘটনাটোৰ ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

উল্লেখযোগ্য যে এআৰ ৰহমানে তেওঁৰ প্ৰযোজনা সংস্থা ‘ৱাইএম মভিজ’ৰ দ্বাৰা নিৰ্মাণ কৰা ‘নাইনটি নাইন চংছ’ৰ চিত্ৰনাট্যও লিখিছে।

বিশেষ কৃষ্ণমূৰ্তিয়ে পৰিচালনা কৰা চিনেমাখনত অভিনয় কৰিছে এহান ভাট আৰু এডিলছী ভাৰ্গাছে।

চিনেমাখন ১৬ এপ্ৰিলত মুক্তি লাভ কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জল্পনা-কল্পনাৰ অন্ত! দুটা দশকৰ অন্তত নিৰ্বাচনত একত্ৰিত উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰে

জল্পনা-কল্পনাৰ অন্ত! দুটা দশকৰ অন্তত নিৰ্বাচনত একত্ৰিত উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰে

August 16, 2025 3:34 pm
ভাৰত বিভাজনৰ বাবে কংগ্ৰেছ, জিন্না আৰু মাউণ্টবেটেন দায়ী! পুনৰ NCERT পাঠ্যপুথিৰ বিতৰ্ক

ভাৰত বিভাজনৰ বাবে কংগ্ৰেছ, জিন্না আৰু মাউণ্টবেটেন দায়ী! পুনৰ NCERT পাঠ্যপুথিৰ বিতৰ্ক

August 16, 2025 3:08 pm
লুৰীণজ‍্যোতি গগৈয়ে কি জগৰ লগালে?

লুৰীণজ‍্যোতি গগৈয়ে কি জগৰ লগালে?

August 16, 2025 3:01 pm
তিনিচুকীয়াত বিদ্যুৎস্পৃষ্ট হোৱা লাজুকী বান্দৰ উদ্ধাৰ

তিনিচুকীয়াত বিদ্যুৎস্পৃষ্ট হোৱা লাজুকী বান্দৰ উদ্ধাৰ

August 16, 2025 2:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জল্পনা-কল্পনাৰ অন্ত! দুটা দশকৰ অন্তত নিৰ্বাচনত একত্ৰিত উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰে

জল্পনা-কল্পনাৰ অন্ত! দুটা দশকৰ অন্তত নিৰ্বাচনত একত্ৰিত উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰে

August 16, 2025 3:34 pm
ভাৰত বিভাজনৰ বাবে কংগ্ৰেছ, জিন্না আৰু মাউণ্টবেটেন দায়ী! পুনৰ NCERT পাঠ্যপুথিৰ বিতৰ্ক

ভাৰত বিভাজনৰ বাবে কংগ্ৰেছ, জিন্না আৰু মাউণ্টবেটেন দায়ী! পুনৰ NCERT পাঠ্যপুথিৰ বিতৰ্ক

August 16, 2025 3:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd