• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মন্ত্ৰীৰ সভাত অনুপস্থিত থকা বাবেই তিনিচুকীয়াৰ ১৬জনকৈ পঞ্চায়ত সচিবক নিলম্বন

এন ই নাও নিউজ by এন ই নাও নিউজ
June 27, 2018 4:55 pm
PNRD-Assam
94
VIEWS
Share on FacebookShare on Twitter

যোৱা ২১ জুনত তিনিচুকীয়াত অনুষ্ঠিত আৰু বিভাগীয় মন্ত্ৰী উপস্থিত থকা এখন সভাত নিৰ্দেশ সত্ত্বেও উপস্থিত নথকা বাবে তিনিচুকীয়া জিলাৰ ১৬জনকৈ পঞ্চায়ত সচিবক নিলম্বন কৰা হৈছে। এই লৈ এতিয়া জিলাখনত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে।

উল্লেখযোগ্য যে সভাখন এখন পৰ্য্যালোচনা সভা আছিল আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলেই সভাপতিত্ব কৰা সভাখনত সকলো পঞ্চায়ত সচিবক উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছিল।

কিন্তু এই ১৬জন পঞ্চায়ত সচিব নিৰ্দেশ অমান্য কৰি অনুপস্থিত আছিল। ফলস্বৰূপে বিভাগৰ ফালৰ পৰা তেওঁলোকক নিলম্বন কৰি কালি, অৰ্থাৎ ২৬ জুনত এখন জাননী দিয়া হৈছে।

এই জাননীখন পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ যুটীয়া সচিবৰ দ্বাৰা জাৰি কৰা হৈছে। কৰ্তব্যৰ অৱহেলা আৰু ঊৰ্ধ্বতন কৰ্তৃপক্ষক কৰা অৱমাননাৰ বাবে তেওঁক অসম সেৱা বিধি (অনুশাসন আৰু আৱেদন), ১৯৬৪ অধীনত নিলম্বন কৰা বুলি কোৱা হৈছে।

জিলাখনৰ নিলম্বিত ১৬গৰাকী পঞ্চায়ত সচিব হ’ল :- ক্ৰমে লক্ষীপথাৰ পঞ্চায়তৰ সচিব কৃষ্ণ ভট্ট, লংকাশী পঞ্চায়তৰ সচিব প্ৰদীপ দাস, পুৰুনৈ পুখুৰী পঞ্চায়তৰ সচিব অনুপ চেতিয়া, মাইচাং পঞ্চায়তৰ সচিব জয়ন্ত বৰা, ডিৰাক পঞ্চায়তৰ সচিহ কিৰণ দুৱৰা, লেখাপানী পঞ্চায়তৰ সচিব ঈশ্বৰ শৰ্মা, কুমচাই পঞ্চায়তৰ সচিব মলয় চৌধুৰী, জাগুন পঞ্চায়তৰ সচিব আশিস দে’, লিডু পঞ্চায়তৰ সচিব প্ৰদীপ পাল, কুমাৰপট্টি পঞ্চায়তৰ সচিব ভাস্কৰ বৰুৱা, কেটেটেং পঞ্চায়তৰ সচিব হৰিলাল শৰ্মা, মাকুমপথাৰ পঞ্চায়তৰ সচিব গৌতম বাঢ়ৈ, ব্ৰহ্মজান পঞ্চায়তৰ সচিব বিপুল কলিতা, বুঢ়া-বুঢ়ী পঞ্চায়তৰ সচিব মৃণাল গগৈ, নগাঁও/ৰাজগড় পঞ্চায়তৰ সচিব শৈলেন হাজৰিকা আৰু লাইপুলি পঞ্চায়তৰ সচিব প্ৰেম কুমাৰ পাণ্ডে।

Panchayat
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে জাৰি কৰা নিলম্বনৰ জাননীখন।

Recent News

আমেৰিকাৰ পৰা বিতাৰিত ভাৰতীয় ছাত্ৰক বিমান বন্দৰত অকথ্য নিৰ্যাতন

আমেৰিকাৰ পৰা বিতাৰিত ভাৰতীয় ছাত্ৰক বিমান বন্দৰত অকথ্য নিৰ্যাতন

চীন-পাকিস্তানৰ ওপৰত চকু ৰাখিব দেশতে নিৰ্মাণ হোৱা ISTAR চোৰাংচোৱা বিমানে

চীন-পাকিস্তানৰ ওপৰত চকু ৰাখিব দেশতে নিৰ্মাণ হোৱা ISTAR চোৰাংচোৱা বিমানে

স্থানান্তৰ কৰা হ’ব চিন্নাস্বামী ষ্টেডিয়াম! বেংগালুৰুত ক্ৰিকেট অনুৰাগীৰ মৃত্যুৰ পিছতে কৰ্ণাটক চৰকাৰৰ বৃহৎ পদক্ষেপ

স্থানান্তৰ কৰা হ’ব চিন্নাস্বামী ষ্টেডিয়াম! বেংগালুৰুত ক্ৰিকেট অনুৰাগীৰ মৃত্যুৰ পিছতে কৰ্ণাটক চৰকাৰৰ বৃহৎ পদক্ষেপ

এণ্ড’মেট্ৰিয়েল কৰ্কটৰোগ আৰু ইয়াৰ চিকিৎসা

এণ্ড’মেট্ৰিয়েল কৰ্কটৰোগ আৰু ইয়াৰ চিকিৎসা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd