• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অনুসন্ধানত ওলাল দেউতাকৰ স্বাস্থ্যৰ উন্নতিৰ তথ্য : আৰ পি শৰ্মাৰ জীয়েক পল্লৱীক আত্মসমৰ্পণৰ নিৰ্দেশ আদালতৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 20, 2018 7:28 pm
PallaviSharma

পল্লৱী শৰ্মা। ফাইল ফটো।

91
VIEWS
Share on FacebookShare on Twitter

এ পি এছ চিৰ কেলেংকাৰিত অভিযুক্ত কাৰাবন্দী বিষয়াসকলৰে মাজৰ এগৰাকী তথা বিজেপিৰ সাংসদ আৰ পি শৰ্মাৰ জীয়েক পল্লৱী শৰ্মাৰ অন্তৰ্ৱৰ্তী জামিনৰ ম্যাদ আজি শেষ হোৱাত অহা ২৪ আগষ্টত পল্লৱীক আদালতত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

উল্লেখযোগ্য যে বাকী অভিযুক্ত বিষয়াসকলে জামিন নোপোৱা বাবে কাৰাগাৰতে কটাব লগীয়া হৈছে যদিও নিলম্বিত এ পি এছ বিষয়া পল্লৱী শৰ্মাই আদালতৰ পৰা অন্তৰ্ৱৰ্তী জামিন পাবলৈ সক্ষম হৈছিল। কিডনিৰ অসুখত ভুগি থকা দেউতাকৰ চিকিৎসাত সহযোগ কৰিব লাগে বুলি উকীলে যুক্তি দিয়াত গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা ১ আগষ্টত পল্লৱীৰ ১৪ দিনৰ অন্তৰ্ৱৰ্তী জামিন মঞ্জুৰ কৰিছিল।

তাৰ পিছতো যোৱা ১৪ আগষ্টত সেই ম্যাদ শেষ হোৱাত একে যুক্তিতে তেওঁৰ উকীলে আকৌ জামিন বৃদ্ধিৰ আৱেদন কৰে। যোৱা ১৪ আগষ্টত পুনৰ আদালতে ২০ আগষ্টলৈ, অৰ্থাৎ আজিলৈকে অন্তৰ্ৱৰ্তী জামিন বৃদ্ধি কৰিছিল। কিন্তু লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ে উক্ত দিনাই আৰক্ষীক নিৰ্দেশ দিছিল কলকাতাত চিকিৎসাধীন সাংসদ আৰ পি শৰ্মাৰ স্বাস্থ্যৰ বুজ ল’বলৈ আৰু তাৰ প্ৰতিবেদন দাখিল কৰিবলৈ।

সেই অনুসৰি অসম আৰক্ষীৰ এটা দল কলকাতালৈ গৈ চিকিৎসালয় কৰ্তৃপক্ষৰ পৰা প্ৰতিবেদন সংগ্ৰহ কৰে। প্ৰতিবেদনত হস্পিটেল কৰ্তৃপক্ষই আৰ পি শৰ্মাৰ স্বাস্থ্যৰ উন্নতি হোৱা বুলি জনায়। আৰক্ষীয়ে এই কথা আদালতক জানিবলৈ দিয়ে।

সেয়েহে আদালতে আজি পল্লৱী শৰ্মাক আত্মসমৰ্পণৰ নিৰ্দেশ দিয়ে। অহা ২৪ আগষ্টত বিশেষ ন্যায়াধীশৰ আদালতত পল্লৱী শৰ্মাক আত্মসমৰ্পণ কৰিবলৈ আদালতে নিৰ্দেশ দিছে।

জানিব পৰামতে, পল্লৱী শৰ্মাৰ অধিবক্তাই জামিনৰ ম্যাদ বৃদ্ধি কৰিবলৈ আদালতক অনুৰোধ কৰিছিল যদিও আদালতে সেইটো কৰিবলৈ অস্বীকাৰ কৰে।

Recent News

কিডনীৰ সমস্যাই কাঢ়ি নিলে প্ৰাণ! ৫৩ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় অভিনেতাৰ

কিডনীৰ সমস্যাই কাঢ়ি নিলে প্ৰাণ! ৫৩ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় অভিনেতাৰ

গোৱালপাৰাৰ পাইকানত হিংসাত্মক পৰিস্থিতি সৃষ্টিৰ অভিযোগত ২১ জন উচ্ছেদিতক গ্ৰেপ্তাৰ

গোৱালপাৰাৰ পাইকানত হিংসাত্মক পৰিস্থিতি সৃষ্টিৰ অভিযোগত ২১ জন উচ্ছেদিতক গ্ৰেপ্তাৰ

যৌন নিৰ্যাতন চলাই নৃশংস হত্যা! মন্দিৰ চৌহদত ১০০টা গণ-সমাধি! নাৰীদেহৰ কংকাল…

যৌন নিৰ্যাতন চলাই নৃশংস হত্যা! মন্দিৰ চৌহদত ১০০টা গণ-সমাধি! নাৰীদেহৰ কংকাল…

অখিল গগৈৰ প্ৰশংসাত পঞ্চমুখ বাঘবৰৰ বিধায়ক শ্বেৰমান আলি আহমেদ

অখিল গগৈৰ প্ৰশংসাত পঞ্চমুখ বাঘবৰৰ বিধায়ক শ্বেৰমান আলি আহমেদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd