• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চেক্স ৰেকেট : আৰক্ষীৰ জালত অভিনেত্ৰী তথা কাষ্টিং পৰিচালক আৰতি মিট্টল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 20, 2023 11:59 am
6.9k
VIEWS
Share on FacebookShare on Twitter

মনোৰঞ্জন উদ্যোগটোত চেক্স ৰেকেট তথা দেহ ব্যৱসায় চলোৱাৰ অভিযোগত শেহতীয়াকৈ আৰক্ষীৰ জালত পৰিছে জনপ্ৰিয় অভিনেত্ৰী তথা কাষ্টিং পৰিচালক আৰতি মিট্টল।

সোমবাৰে মুম্বাইৰ অপৰাধ শাখাৰ আৰক্ষীয়ে আৰতি মিট্টলে চলোৱা এটা চেক্স ৰেকেট উৎখাত কৰি দুগৰাকী মডেলক ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰাৰ লগতে ৩০ বছৰীয়া অভিনেত্ৰী আৰতি মিট্টলক গ্ৰেপ্তাৰ কৰিছে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি উদ্ধাৰ কৰা মডেলসকলক পুনৰ্বাসন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে। তেওঁলোকে প্ৰকাশ কৰে যে অভিনেত্ৰীগৰাকীয়ে তেওঁলোকক ১৫০০০ টকাকৈ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল।

আৰক্ষী বিষয়া মনোজে গ্ৰাহকৰ ৰূপত অভিনেত্ৰীগৰাকীৰ সৈতে যোগাযোগ কৰি দুগৰাকী ছোৱালীৰ ব্যৱস্থা কৰি দিবলৈ কয়। অভিনেত্ৰীগৰাকীয়ে গ্ৰাহকৰূপী আৰক্ষীজনক ৬০ হাজাৰ টকা বিচাৰে। এনেদৰেই আৰতিৰ কাণ্ড–কাৰাখানা ধৰা পেলাবলৈ সক্ষম হয় মুম্বাই আৰক্ষী।

Here’s all you need to know about actress-cum-casting director Aarti Mittal who was arrested for running sex racketউল্লেখ্য যে আৰতীয়ে টিভি ধাৰাবাহিক আৰু ৱেব শ্ব’ যেনে ‘না উমৰা কি সীমা হো’, ‘য়েহ হায় চাহাটেইন’, ‘ধৰমপতনী’, ‘সনক: এক জুনুন’ আদিত কাম কৰি আহিছে। তেওঁৰ শেহতীয়া অনুষ্ঠান আছিল ‘অপ্নাপন – বদলাতে ৰিষ্ট’ কা বন্ধন’, য’ত অভিনয় কৰিছিল ৰাজশ্ৰী ঠাকুৰ আৰু চেজান খানে।

Recent News

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd