• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উৎসৱৰ বতৰৰ মাজতে নতুন স্প্লেণ্ডাৰ মুকলি; সলনি হৈছে লুক

এন ই নাও নিউজ by এন ই নাও নিউজ
October 23, 2020 10:07 am
WhatsApp Image 2020-10-23 at 9.29.44 AM
2k
VIEWS
Share on FacebookShare on Twitter

উৎসৱৰ বতৰৰ মাজতে হিৰ’ মট’কৰ্পে ভাৰতত নতুন স্প্লেণ্ডাৰ মুকলি কৰিছে। Splendor Plus ভাৰতত সৰ্বাধিক বিক্ৰী হোৱা বাইক।

ইয়াৰ বিশেষত্ব হৈছে সুন্দৰ মাইলেজ আৰু কম মেইন্টেইনেন্স। নতুন স্প্লেণ্ডাৰ প্লাছৰ নতুন সংস্কৰণ মুকলি কৰা হৈছে।

বজাৰত উপলব্ধ হিৰ’ স্প্লেণ্ডাৰ প্লাছৰ তুলনাত নতুন স্প্লেণ্ডাৰ প্লাছৰ ব্লেক’ত কেইবাটাটাও ডাঙৰ সাল-সলনি ঘটোৱা হৈছে।

হিৰ’ৰ এই নতুন বাইকখনৰ দাম হৈছে ৬৪,৪৭০টকা। হিৰ’ৰ স্প্লেণ্ডাৰ হৈছে কোম্পানীটোৰ বাইকসমূহ ভিতৰত আটাইতকৈ জনপ্ৰিয় বাইক।

হিৰ’ স্প্লেণ্ডাৰ প্লাছৰ ব্লেক সংস্কৰণ তিনিটা ৰঙৰ ভেৰিয়েন্টত মুকলি কৰা হৈছে। ইয়াৰ ভিতৰত আছে ফায়াৰফ্লাই গ’ল্ডেন, বীটল ৰেড আৰু বাম্ব’ল বি য়েলো।

তদুপৰি, গ্ৰাহকে অতিৰিক্ত ১৩৯৯টকা খৰচ কৰি ইয়াত Heroৰ3D লগ’ লগাই ল’ব পাৰে।

হিৰ’ স্প্লেণ্ডাৰ প্লাছৰ ব্লেক আৰু এক্সেন্ট ভাৰ্ছন সম্পূৰ্ণ ‘অল ব্লেক’ ৰূপত আহিছে। বাইকৰ ইঞ্জিন, টায়াৰ, অলয় হুইল আৰু চেইন কভাৰৰ ৰং এইবাৰ ক’লা ৰখা হৈছে।

কোম্পানীয়ে জানিবলৈ দিয়া মতে, এই ব্লেক সংস্কৰণ সকলো আনুষ্ঠানিক শ্ব’ৰূমত পোৱাৰ ব্যৱস্থা কৰা হৈছে।

Recent News

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd