NORTHEAST NOW (Assamese)

আজিৰে পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা

February 15, 2025 8:47 am · এন ই নাও নিউজ, গুৱাহাটী

আজিৰ পৰা আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা।

ৰাজ্যৰ মুঠ ৯৪৪টা পৰীক্ষাকেন্দ্ৰত অনুষ্ঠিত হৈছে পৰীক্ষা।

পৰীক্ষাত বহিছে মুঠ ৪ লাখ২৯ হাজাৰ ৪৪৮ গৰাকী পৰীক্ষাৰ্থীয়ে।

হাইস্কুল শিক্ষান্ত পৰীক্ষাক লৈ প্ৰতিটো কেন্দ্ৰতে গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। উল্লেখ্য যে প্ৰথমবাৰৰ বাবে চাৰিটা বিষয়ত OMR শ্বীট থাকিব হাইস্কুল শিক্ষান্ত পৰীক্ষাত ।

Related News