• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শীঘ্ৰে সৰুপৰ্দাত প্ৰদৰ্শিত হ’ব মহাপুৰুষজনাৰ জীৱনভিত্তিক প্ৰথমখন হিন্দী ধাৰাবাহিক

এন ই নাও নিউজ by এন ই নাও নিউজ
June 17, 2019 7:20 pm
Sankardev Film

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰঅসমৰ জনক, জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ বৈচিত্ৰময় জীৱনধাৰাৰ ওপৰত প্ৰথমবাৰৰ বাবে হিন্দী ভাষাত নিৰ্মান কৰি থকা হৈছে মহাপুৰুষগৰাকীৰ জীৱনভিত্তিক ধাৰাবাহিক এখন।

অলপতে উত্তৰ-পূবৰ বাবে নতুনকৈ মুকলি কৰা ‘অৰুণ প্ৰভা’ চেনেলৰ বেনাৰত মাক্ৰাৰী এণ্টাৰটেইণ্টমেন নেট’ৱৰ্ক প্ৰাইভেট লিমিটেডে নিৰ্মান কৰি আছে মহাপুৰুষজনাৰ জীৱনভিত্তিক হিন্দী ভাষাৰ ধাৰাবাহিকখন।

Apply Now

ইতিমধ্যে, ডিব্ৰুগড় জিলাৰ জকাই অঞ্চলৰ মনোৰম প্ৰাকৃতিক পৰিৱেশৰ মাজত ধাৰাবাহিকখনৰ চিত্ৰগ্ৰহণৰ কাম আৰম্ভ হৈছে। ভালেসংখ্যক স্থানীয় আৰু বাহিৰৰ শিল্পীয়ে ধাৰাবাহিকখনত অভিনয় কৰিছে।

ধাৰাবাহিকখন পৰিচালনাৰ দায়িত্ব লাভ কৰিছে খ্যাতিসম্পন্ন পৰিচালিকা মায়া ছেঞ্জি দাসে। কাহিনী ব্যৱস্থাপনাৰ কাম কৰিছে ড০ সঞ্জীৱ বৰকাকতিয়ে।

আনহাতে, মহাপুৰুষজনাৰ জীৱনভিত্তিক হিন্দী ধাৰাবাহিকখনত শ্ৰীমন্ত শঙ্কৰদেৱৰ নামভূমিকাত অভিনয় কৰিছে মুম্বাইৰ সৰুপৰ্দাৰ জনপ্ৰিয় অভিনেতা হৰ্ষবৰ্ধন ৰাণাই, শঙ্কৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱৰ চৰিত্ৰ ৰূপায়ন কৰিছে অভিনেতা নিলীম দত্তই।

শঙ্কৰদেৱৰ জীৱনত গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰা আইতাক খেৰসুতি, মহাৰাজ নৰনাৰায়ণ আৰু চিলাৰায়ৰ চৰিত্ৰত অভিনয় কৰিছে ক্ৰমে ৰীণা বৰা, অৰূপ বৰা আৰু প্ৰধান দেউৰীয়ে।

ধাৰাবাহিকখনৰ পৰিচালক মায়া চেঞ্জি দাসে ধাৰাবাহিকখন মুঠ তেৰটা খণ্ডত দূৰদৰ্শন কৰ্তৃপক্ষই প্ৰচাৰৰ অনুমতি প্ৰদান কৰিছে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে।

উল্লেখযোগ্য যে, মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জীৱনৰ ওপৰত হিন্দীভাষাত নিৰ্মান হ’বলগীয়া ধাৰাবাহিকখনৰ যোগেদি মহাপুৰুষজনাৰ আদৰ্শ, সৃষ্টিৰাজি পুনৰবাৰ ভাৰতৰ মজিয়াত প্ৰতিষ্ঠা কৰা হ’ব বুলি আশা প্ৰকাশ কৰে পৰিচালকগৰাকীয়ে।

ইয়াৰ পূৰ্বেও শঙ্কৰদেৱৰ সাহিত্য, নাটক ইংৰাজীৰ লগতে ভাৰতৰ বিভিন্ন ভাষলৈ অনুদিত কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰৱৰ্তী ছবিৰ বিষয়ে আলোচনা কৰিবলৈ মাতি অভিনেত্ৰীক ধৰ্ষণৰ অভিযোগ; গ্ৰেপ্তাৰ প্ৰসিদ্ধ পৰিচালক

পৰৱৰ্তী ছবিৰ বিষয়ে আলোচনা কৰিবলৈ মাতি অভিনেত্ৰীক ধৰ্ষণৰ অভিযোগ; গ্ৰেপ্তাৰ প্ৰসিদ্ধ পৰিচালক

August 10, 2026 9:39 am
CJI সূৰ্য্য কান্তক সমাৱৰ্তনত মুখ্য অতিথি কৰাত আপত্তি; NALSAR কৰ্তৃপক্ষলৈ চিঠি ৪৫০ জনতকৈ অধিক শিক্ষাৰ্থীৰ

CJI সূৰ্য্য কান্তক সমাৱৰ্তনত মুখ্য অতিথি কৰাত আপত্তি; NALSAR কৰ্তৃপক্ষলৈ চিঠি ৪৫০ জনতকৈ অধিক শিক্ষাৰ্থীৰ

August 10, 2026 8:26 am
জনৰোষৰ বলি প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী! বংগৰ হালিচহৰত আক্ৰমণৰ সন্মুখীন তৃণমূল নেত্ৰী

জনৰোষৰ বলি প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী! বংগৰ হালিচহৰত আক্ৰমণৰ সন্মুখীন তৃণমূল নেত্ৰী

August 10, 2026 7:49 am
বানপীড়িত অঞ্চললৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীৰ এদিনৰ দৰমহা দান, মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ লাখ টকাৰ অনুদান

বানপীড়িত অঞ্চললৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীৰ এদিনৰ দৰমহা দান, মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ লাখ টকাৰ অনুদান

August 9, 2026 10:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰৱৰ্তী ছবিৰ বিষয়ে আলোচনা কৰিবলৈ মাতি অভিনেত্ৰীক ধৰ্ষণৰ অভিযোগ; গ্ৰেপ্তাৰ প্ৰসিদ্ধ পৰিচালক

পৰৱৰ্তী ছবিৰ বিষয়ে আলোচনা কৰিবলৈ মাতি অভিনেত্ৰীক ধৰ্ষণৰ অভিযোগ; গ্ৰেপ্তাৰ প্ৰসিদ্ধ পৰিচালক

August 10, 2026 9:39 am
CJI সূৰ্য্য কান্তক সমাৱৰ্তনত মুখ্য অতিথি কৰাত আপত্তি; NALSAR কৰ্তৃপক্ষলৈ চিঠি ৪৫০ জনতকৈ অধিক শিক্ষাৰ্থীৰ

CJI সূৰ্য্য কান্তক সমাৱৰ্তনত মুখ্য অতিথি কৰাত আপত্তি; NALSAR কৰ্তৃপক্ষলৈ চিঠি ৪৫০ জনতকৈ অধিক শিক্ষাৰ্থীৰ

August 10, 2026 8:26 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd