• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উচতনি! সাম্প্ৰদায়িক সংঘৰ্ষই ধুই যোৱা হাৰিয়ানাত মুকলিকৈ হনুমান চালিছা পাঠ হিন্দুত্ববাদী সংগঠনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 12, 2023 7:47 pm
Nuh violence
1k
VIEWS
Share on FacebookShare on Twitter

বিগত ৩১ জুলাইত সাম্প্ৰদায়িক সংঘৰ্ষই বিধ্বস্ত কৰি তুলিছিল হাৰিয়ানাৰ নুহ জিলাত। এই ঘটনা ৰাষ্ট্ৰীয় উদ্বেগৰ কাৰণ হৈ পৰিছিল। সংঘৰ্ষৰ ঢৌ সম্প্ৰতি শাম কাটিছে যদিও সম্পূৰ্ণৰূপে মাৰ যোৱা নাই উদ্বেগৰ।

তেনে সময়তে ভয়াৱহতাৰ আশংকা সৃষ্টি কৰিছে হিন্দুত্ববাদী সংগঠনৰ কাৰ্যই। সাম্প্ৰদায়িক সংঘৰ্ষৰ প্ৰতিবাদ স্বৰূপে আজি হাৰিয়ানাৰ শোনিপটত একাংশ হিন্দুত্ববাদী সংগঠনৰ সদস্যই এক সমাৱেশৰ আয়োজন কৰি মুকলিকৈ হনুমান চলিছা পাঠ কৰে।

শেহতীয়াকৈ নুহত সংঘটিত হোৱা সাম্প্ৰদায়িক হিংসাৰ প্ৰতি ক্ষোভ প্ৰকাশ হিচাপে হনুমান চলিছা পাঠ অনুষ্ঠান পৰিচালনা কৰা বুলি জানিবলৈ দিয়ে খোদ এই কাৰ্যসূচীৰ আয়োজকসকলে।

সংগঠনটোৰ দীপক চৌহান নামৰ এগৰাকী নেতাৰ ভাষ্য মতে, দেশত হিন্দুসকলক আক্ৰমণ কৰা হৈছে। হিন্দুসকলে ধৰ্মীয় শোভাযাত্ৰাও উলিয়াব পৰা নাই। সেয়ে নুহৰ হিংসাত্মক পৰিস্থিতিৰ প্ৰতিবাদ হিচাপে চালিছা পাঠৰ আয়োজন কৰা বুলি তেওঁ কয়।

লগতে এক নিৰ্দিষ্ট সম্প্ৰদায়ৰ লোক তথা বহিৰাগত কোনো লোককে পৰিচয় পৰীক্ষণ অবিহনে তেওঁলোকে বজাৰ-সমাৰ কৰিবলৈ নিদিয়ে বুলিও চাঞ্চল্যকৰ মন্তব্য কৰে হিন্দুত্ববাদী নেতাগৰাকীয়ে।

লক্ষণীয়ভাৱে এই হিন্দু গোটসমূহে সমগ্ৰ শোণিপটতেহনুমান চালিছা পাঠৰ অনুৰূপ কাৰ্যসূচী অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে। স্বাভাৱিকতেই এই কাৰ্যই এক ভয়াৱহ পৰিস্থিতিৰ আশংকা জগাই তুলিছে।

ইফালে শেহতীয়াকৈ হাৰিয়ানাৰ বিভিন্ন পঞ্চায়তে মুছলমানসকলৰ বিৰুদ্ধে ব্যৱসায় তথা দোকান চলোৱা বা গাঁৱত প্ৰৱেশ কৰাত বাধা আৰোপ কৰি প্ৰস্তাৱ গৃহীত কৰিছে।

অৱশ্যে শুকুৰবাৰে ৰাজ্য চৰকাৰে এনেধৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰাসকল পঞ্চায়তীৰাজ আইনৰ অধীনত আইনী ব্যৱস্থাৰ সন্মুখীন হ’ব লাগিব বুলি সকীয়াই দিছে।

উল্লেখ্য যে, যোৱা ৩১ জুলাইত বিশ্ব হিন্দু পৰিষদৰ এক শোভাযাত্ৰাৰ সময়ত নুহত সংঘটিত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰিণতিত ৬ গৰাকী লোকৰ মৃত্যু হৈছিল। পৰৱৰ্তী সময়ত ই ৰাজ্যৰ অন্যান্য প্ৰান্তলৈও বিয়পি পৰে।

Recent News

ভাৰত-আমেৰিকাৰ যৌথ প্ৰচেষ্টাত আকাশত উৰিল সামৰিক বিমান ‘চি-১৭ গ্ল’বমাষ্টাৰ’

ভাৰত-আমেৰিকাৰ যৌথ প্ৰচেষ্টাত আকাশত উৰিল সামৰিক বিমান ‘চি-১৭ গ্ল’বমাষ্টাৰ’

অবিশ্বাস্য! একেলগে অন্তঃসত্ত্বা হ’ল একেখন হাস্পতালৰ ১৪ গৰাকী নাৰ্ছ, কিন্তু কেনেকৈ?

অবিশ্বাস্য! একেলগে অন্তঃসত্ত্বা হ’ল একেখন হাস্পতালৰ ১৪ গৰাকী নাৰ্ছ, কিন্তু কেনেকৈ?

‘ইঅ’এছ-০৯’ মহাকাশলৈ প্ৰেৰণ অভিযান বিফল, সদৰী কৰিলে ইছৰোৰ মুৰব্বী ভি নাৰায়ণনে

‘ইঅ’এছ-০৯’ মহাকাশলৈ প্ৰেৰণ অভিযান বিফল, সদৰী কৰিলে ইছৰোৰ মুৰব্বী ভি নাৰায়ণনে

বাংলাদেশৰ সৈতে স্থলপথেৰে বাণিজ্য ৰোধ, মহম্মদ ইউনুছ চৰকাৰৰ ওপৰত ভাৰতৰ নিষেধাজ্ঞা

বাংলাদেশৰ সৈতে স্থলপথেৰে বাণিজ্য ৰোধ, মহম্মদ ইউনুছ চৰকাৰৰ ওপৰত ভাৰতৰ নিষেধাজ্ঞা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd