• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

উচতনি! সাম্প্ৰদায়িক সংঘৰ্ষই ধুই যোৱা হাৰিয়ানাত মুকলিকৈ হনুমান চালিছা পাঠ হিন্দুত্ববাদী সংগঠনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 12, 2023 7:47 pm
Nuh violence
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত ৩১ জুলাইত সাম্প্ৰদায়িক সংঘৰ্ষই বিধ্বস্ত কৰি তুলিছিল হাৰিয়ানাৰ নুহ জিলাত। এই ঘটনা ৰাষ্ট্ৰীয় উদ্বেগৰ কাৰণ হৈ পৰিছিল। সংঘৰ্ষৰ ঢৌ সম্প্ৰতি শাম কাটিছে যদিও সম্পূৰ্ণৰূপে মাৰ যোৱা নাই উদ্বেগৰ।

তেনে সময়তে ভয়াৱহতাৰ আশংকা সৃষ্টি কৰিছে হিন্দুত্ববাদী সংগঠনৰ কাৰ্যই। সাম্প্ৰদায়িক সংঘৰ্ষৰ প্ৰতিবাদ স্বৰূপে আজি হাৰিয়ানাৰ শোনিপটত একাংশ হিন্দুত্ববাদী সংগঠনৰ সদস্যই এক সমাৱেশৰ আয়োজন কৰি মুকলিকৈ হনুমান চলিছা পাঠ কৰে।

Apply Now

শেহতীয়াকৈ নুহত সংঘটিত হোৱা সাম্প্ৰদায়িক হিংসাৰ প্ৰতি ক্ষোভ প্ৰকাশ হিচাপে হনুমান চলিছা পাঠ অনুষ্ঠান পৰিচালনা কৰা বুলি জানিবলৈ দিয়ে খোদ এই কাৰ্যসূচীৰ আয়োজকসকলে।

সংগঠনটোৰ দীপক চৌহান নামৰ এগৰাকী নেতাৰ ভাষ্য মতে, দেশত হিন্দুসকলক আক্ৰমণ কৰা হৈছে। হিন্দুসকলে ধৰ্মীয় শোভাযাত্ৰাও উলিয়াব পৰা নাই। সেয়ে নুহৰ হিংসাত্মক পৰিস্থিতিৰ প্ৰতিবাদ হিচাপে চালিছা পাঠৰ আয়োজন কৰা বুলি তেওঁ কয়।

লগতে এক নিৰ্দিষ্ট সম্প্ৰদায়ৰ লোক তথা বহিৰাগত কোনো লোককে পৰিচয় পৰীক্ষণ অবিহনে তেওঁলোকে বজাৰ-সমাৰ কৰিবলৈ নিদিয়ে বুলিও চাঞ্চল্যকৰ মন্তব্য কৰে হিন্দুত্ববাদী নেতাগৰাকীয়ে।

লক্ষণীয়ভাৱে এই হিন্দু গোটসমূহে সমগ্ৰ শোণিপটতেহনুমান চালিছা পাঠৰ অনুৰূপ কাৰ্যসূচী অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে। স্বাভাৱিকতেই এই কাৰ্যই এক ভয়াৱহ পৰিস্থিতিৰ আশংকা জগাই তুলিছে।

ইফালে শেহতীয়াকৈ হাৰিয়ানাৰ বিভিন্ন পঞ্চায়তে মুছলমানসকলৰ বিৰুদ্ধে ব্যৱসায় তথা দোকান চলোৱা বা গাঁৱত প্ৰৱেশ কৰাত বাধা আৰোপ কৰি প্ৰস্তাৱ গৃহীত কৰিছে।

অৱশ্যে শুকুৰবাৰে ৰাজ্য চৰকাৰে এনেধৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰাসকল পঞ্চায়তীৰাজ আইনৰ অধীনত আইনী ব্যৱস্থাৰ সন্মুখীন হ’ব লাগিব বুলি সকীয়াই দিছে।

উল্লেখ্য যে, যোৱা ৩১ জুলাইত বিশ্ব হিন্দু পৰিষদৰ এক শোভাযাত্ৰাৰ সময়ত নুহত সংঘটিত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰিণতিত ৬ গৰাকী লোকৰ মৃত্যু হৈছিল। পৰৱৰ্তী সময়ত ই ৰাজ্যৰ অন্যান্য প্ৰান্তলৈও বিয়পি পৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

August 31, 2026 11:17 am
‘মহাশক্তি’ নহয়, মানুহৰ সেৱাৰ জৰিয়তেহে ভাৰত ‘বিশ্বগুৰু’: টৰণ্টোৰ সভাত মোহন ভাগৱতৰ মন্তব্য

‘মহাশক্তি’ নহয়, মানুহৰ সেৱাৰ জৰিয়তেহে ভাৰত ‘বিশ্বগুৰু’: টৰণ্টোৰ সভাত মোহন ভাগৱতৰ মন্তব্য

August 31, 2026 11:03 am
Assam Governor launches 100-day TB elimination campaign on 7 december 2024

যক্ষ্মামুক্ত অসমৰ দাবী! কিন্তু ক’ত প্ৰকৃত তথ্য?

August 31, 2026 10:37 am
আমেৰিকাৰ বুকুত এইবাৰ বিপৰ্যয়! গ্ৰেণ্ড কেনিয়নত বিধ্বংসী বান, বহুলোক সন্ধানহীন

আমেৰিকাৰ বুকুত এইবাৰ বিপৰ্যয়! গ্ৰেণ্ড কেনিয়নত বিধ্বংসী বান, বহুলোক সন্ধানহীন

August 31, 2026 10:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

August 31, 2026 11:17 am
‘মহাশক্তি’ নহয়, মানুহৰ সেৱাৰ জৰিয়তেহে ভাৰত ‘বিশ্বগুৰু’: টৰণ্টোৰ সভাত মোহন ভাগৱতৰ মন্তব্য

‘মহাশক্তি’ নহয়, মানুহৰ সেৱাৰ জৰিয়তেহে ভাৰত ‘বিশ্বগুৰু’: টৰণ্টোৰ সভাত মোহন ভাগৱতৰ মন্তব্য

August 31, 2026 11:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd