• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এইবাৰ ভিত্তি বৰ্ষ ’৫১ কৰাৰ নামত আন্দোলনৰ চেলু; NRC-ৰ প্ৰতিলিপি দাহ কৰা হিন্দু যুৱ ছাত্ৰ পৰিষদৰ ১০জনক আটক

মুখ্য ন্যায়াধীশক ৰঞ্জন গগৈক "আধুনিক বদন" আখ্যা হিন্দু যুৱ ছাত্ৰ পৰিষদৰ

শান্তনু শইকীয়া by শান্তনু শইকীয়া
August 31, 2019 5:41 pm
2.3k
VIEWS
Share on FacebookShare on Twitter

অবৈধ বাংলাদেশীক লৈ ৰাজ্যখনত বৰ্তি থকা এটা দীৰ্ঘদিনীয়া অস্থিৰতাৰ সমাধান হিচাপে আজি চূড়ান্ত এন আৰ চি প্ৰকাশ হোৱা দিনটোতে ইচ্ছ্যুটোক লৈ আকৌ আন্দোলনৰ চেলু উলিয়াব খোজা হিন্দু যুৱ ছাত্ৰ পৰিষদৰ ১০জন সদস্যক আৰক্ষীয়ে আটক কৰে।

গুৱাহাটীৰ আমবাৰীত প্ৰেছ ক্লাবৰ সন্মুখত এন আৰ চি প্ৰতিলিপি দাহ কৰোতেই আটক হোৱাসকলৰ ভিতৰত সংগঠনটোৰ সভাপতি বলেন বৈশ্যও আছে। আৰক্ষীয়ে তেওঁলোকক লতাশিল থানালৈ লৈ যায়।

হিন্দুত্ববাদী সংগঠনটোৱে আজি প্ৰকাশিত এন আৰ চিক নাকচ কৰি কয়, “যিসকলে এন আৰ চিখন হ’ব লাগে বুলি জোৰ কৰি আছে, সেইসকল অসম আৰু ভাৰত ৰাষ্ট্ৰ শত্ৰু বুলি ঘোষণা কৰিছো।”

সংগঠনটোৰ মতে, এই এন আৰ চি “নাটক”খনৰ প্ৰধান “ডাইৰেক্ট”ৰ আছুৰ নেতৃত্ব। “আছুৱে ভিত্তিবৰ্ষ ৭১ কৰিবলৈ ক’ত অধিকাৰ পালে? ২০ বছৰৰ বিদেশীৰ বোজা দিলে”, সভাপতি বলেন বৈশ্যৰ প্ৰশ্ন।

সংগঠনটোৱে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাকো অসমীয়াৰ শত্ৰু আৰু মুখ্য ন্যায়াধীশক ৰঞ্জন গগৈক “আধুনিক বদন” আখ্যা দিয়ে।

এন আৰ চি প্ৰকাশ পোৱা আজিৰ দিনটোক হিন্দু যুৱ ছাত্ৰ পৰিষদে ক’লা দিৱস হিচাপে গণ্য কৰে।

বৈশ্যই লগতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক প্ৰত্যাহ্বান জনাই কয়, “তোমালোকে যদি অসমক ১৯৫১ চনৰ এন আৰ চি দিব নোৱৰা, তেন্তে গোটেই ভাৰতবৰ্ষত ১৯৭১ এন আৰ চি বনাই দেখুওৱা। তেতিয়াহে তোমালোকক পুৰুষ বুলি মানিম।”

সংগঠনটোৰ অভিযোগ, এন আৰ চিত লাখ লাখ মুছলমান বাংলাদেশীৰ নাম অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে লাখ লাখ হিন্দুৰ নাম উদ্দেশ্য প্ৰণোদিতভাৱে বাদ পৰিছে।

Recent News

খুলি খুলি খাইছে নেকি বিচ্ছেদৰ বেদনাই? জানি লওক মন ভালে ৰখাৰ কিটিপ

খুলি খুলি খাইছে নেকি বিচ্ছেদৰ বেদনাই? জানি লওক মন ভালে ৰখাৰ কিটিপ

যদি মোদীৰ ইন্দিৰা গান্ধীৰ দৰে সাহস আছে, তেন্তে তেওঁ কওক যে ট্ৰাম্পে যুদ্ধবিৰতিৰ বিষয়ে মিছা কৈছিল: ৰাহুল গান্ধী

যদি মোদীৰ ইন্দিৰা গান্ধীৰ দৰে সাহস আছে, তেন্তে তেওঁ কওক যে ট্ৰাম্পে যুদ্ধবিৰতিৰ বিষয়ে মিছা কৈছিল: ৰাহুল গান্ধী

ইয়াতেই লিখা হৈছিল ‘গীতঞ্জলি’, এতিয়া পৰিতক্ত ৰবীন্দ্ৰনাথৰ সেই ‘হৈমন্তী’! ৰক্ষণাবেক্ষণৰ দাবী প্ৰতিমা মণ্ডলৰ

ইয়াতেই লিখা হৈছিল ‘গীতঞ্জলি’, এতিয়া পৰিতক্ত ৰবীন্দ্ৰনাথৰ সেই ‘হৈমন্তী’! ৰক্ষণাবেক্ষণৰ দাবী প্ৰতিমা মণ্ডলৰ

পেহেলগামৰ বিফলতাৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহে নিজৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি  ‘ৰাজধৰ্ম’ৰ নীতি মানি চলিব লাগিছিল : গৌৰৱ গগৈ

পেহেলগামৰ বিফলতাৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহে নিজৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি  ‘ৰাজধৰ্ম’ৰ নীতি মানি চলিব লাগিছিল : গৌৰৱ গগৈ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd