• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হীৰেন গোহাঁইৰ লেখনিত বৌদ্ধিক সমল নাই , হীৰেন গোহাঁই এজন নৈৰাজ্যবাদী মানুহ  – হিমন্ত বিশ্ব শৰ্মা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 17, 2023 9:53 pm
929
VIEWS
Share on FacebookShare on Twitter

অসমৰ সমষ্টিৰ পুনৰ নিৰ্ধাৰণ, হিমন্ত বিশ্ব আৰু বদৰুদ্দিন আজমলৰ সাম্প্ৰদায়িক ঘৃণা বিয়পোৱা মন্তব্য, আছুৰ বিজেপি তুষ্টিকৰণ আৰু হীৰেন গোহাঁই সম্পৰ্কীয় বিতৰ্কই ৰাজ্যখন উত্তাল কৰি ৰখাৰ সময়তে সোমবাৰে গধুলি নিজৰ পত্নীৰ চেটেলাইট চেনেল ‘নিউজ লাইভ’ত বহি বিশিষ্ট লেখক, চিন্তানায়ক ড০ হীৰেন গোহাঁইৰ সম্পৰ্কে দাম্ভিকভাবে অপমানজনক মন্তব্য প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

পত্নীৰ চেনেলত সাংবাদিক জাৰিৰ হুছেইনৰ লগত হোৱা সাক্ষাৎকাৰত হীৰেন গোহাঁইৰ লেখনিত বৌদ্ধিক সমল নাই , হীৰেন গোহাঁই এজন নৈৰাজ্যবাদী মানুহ , হীৰেন গোহাঁইয়ে অসমৰ হৈ চিন্তা কৰি পোৱা নাই, হীৰেন গোহাঁইৰ কথা অসমৰ মানুহে শুনিবই নালাগে আদি বিভিন্ন ধৰণৰ কথা কৈ নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ চেষ্টা কৰে হিমন্ত বিশ্ব শৰ্মাই।

কেৱল হীৰেন গোহাঁইকে নহয়, অজিৎ ভূঞা, কংগ্ৰেছ আৰু বিভিন্ন জাতীয় দল-সংগঠন সম্পৰ্কেও বিৰূপ মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ইয়াৰ লগতে, অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কংগ্ৰেছেই কৰি গৈছে বুলি কৈ হিমন্ত বিশ্ব শৰ্মাই উক্ত সাক্ষাৎকাৰটোৰ জৰিয়তে জনসাধাৰণক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰে। 

এই দৰেই ড০ হীৰেন গোহাঁইৰ লেখনিত কোনো বৌদ্ধিক ভিত্তি নাই বুলি নিজৰ চৰম স্পৰ্ধা আৰু অংহকাৰ প্ৰদৰ্শন কৰি ধন আৰু ক্ষমতাৰ বাবে এজন মানুহ কিমান তললৈ যাব পাৰে তাৰেই দৃষ্টান্ত দাঙি ধৰিলে হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও শেহতীয়া ‘হীৰেন গোহাঁই কোন’ বুলি মন্তব্য প্ৰদান কৰি সামাজিক মাধ্যমত চৰম সমালোচনাৰ সন্মুখীন হৈছিল হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ মন্ত্ৰী পীযুয হাজৰিকা।

Recent News

প্ৰকাশ পালে বিশ্বৰ আটাইতকৈ নিৰাপদ দেশৰ তালিকা! ভাৰতৰ স্থান কিমান জানেনে…

প্ৰকাশ পালে বিশ্বৰ আটাইতকৈ নিৰাপদ দেশৰ তালিকা! ভাৰতৰ স্থান কিমান জানেনে…

বিগত ১০ বছৰত চৰকাৰী বেংকে পুঁজিপতিক ৰেহাই দিলে ১২ লাখ কোটি টকাৰ ঋণ! সংসদত কেন্দ্ৰই প্ৰকাশ কৰিলে তথ্য

বিগত ১০ বছৰত চৰকাৰী বেংকে পুঁজিপতিক ৰেহাই দিলে ১২ লাখ কোটি টকাৰ ঋণ! সংসদত কেন্দ্ৰই প্ৰকাশ কৰিলে তথ্য

১০০ বছৰ নহয়, মানুহে ইচ্ছা কৰিলে ২০০ বছৰলৈকে জীয়াই থাকিব পাৰে’ : এই দাবী বাবা ৰামদেৱেৰ

১০০ বছৰ নহয়, মানুহে ইচ্ছা কৰিলে ২০০ বছৰলৈকে জীয়াই থাকিব পাৰে’ : এই দাবী বাবা ৰামদেৱেৰ

আদাৰ আছে অনেক উপকাৰিতা : জানো আহক

আদাৰ আছে অনেক উপকাৰিতা : জানো আহক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd