• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

প্ৰকাশ পালে বিশ্বৰ আটাইতকৈ নিৰাপদ দেশৰ তালিকা! ভাৰতৰ স্থান কিমান জানেনে…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 23, 2025 9:56 am
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়া কৈ ঘোষণা হ’ল বিশ্বৰ বিশ্বৰ আটাইতকৈ নিৰাপদ ১০ খন দেশৰ তালিকা। ‘নাম্বিঅ’ ছেফটি ইনডেক্সত এইবাৰ ইউৰোপৰ সৰু দেশ এণ্ডোৰাক বিশ্বৰ আটাইতকৈ নিৰাপদ দেশ হিচাপে ঘোষণা কৰা হৈছে!  এই তালিকাত এছিয়াৰ দেশসমূহৰ ভিতৰত জাপান ১০ নম্বৰ স্থানত আৰু ১৫ নম্বৰ স্থানত আছে চীন। ইয়াৰ উপৰিও শ্ৰীলংকা ৫৯, পাকিস্তান ৬৫ আৰু বাংলাদেশ ১২৬ নম্বৰ স্থানত আছে। ভাৰতৰ নামো আছে এই দীঘলীয়া তালিকাত।

শেহতীয়াকৈ প্ৰকাশিত ‘নাম্বিঅ’ ছেফটি ইনডেক্স’ অনুসৰি পাইৰেনিছ পৰ্বতমালাত ফ্ৰান্স আৰু স্পেইনৰ মাজত অৱস্থিত এণ্ডোৰাক ২০২৫ চনত বিশ্বৰ আটাইতকৈ নিৰাপদ দেশ হিচাপে গণ্য কৰা হৈছে। অৰ্থাৎ  এই দেশৰ অপৰাধৰ হাৰ আটাইতকৈ কম হোৱাৰ লগতে নিৰাপত্তাৰ গাঁথনিও শক্তিশালী। ইয়াৰ উপৰিও পশ্চিম এছিয়াৰ তিনিখন দেশ সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই), কাটাৰ আৰু ওমানে এই তালিকাৰ শীৰ্ষ পাঁচখন দেশত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। এছিয়াৰ টাইৱানো বিশ্বৰ শীৰ্ষ পাঁচখন দেশৰ ভিতৰত স্থান লাভ কৰিছে।

Apply Now

৮৪.৭ নিৰাপত্তা সূচকাংকৰে তালিকাৰ শীৰ্ষত আছে এণ্ডোৰা। ইউ এ ই সুৰক্ষা সূচকাংক ৮৪.৫ ৰে দ্বিতীয় স্থানত আছে । তৃতীয় স্থানত আছে কাটাৰৰ সুৰক্ষা সূচকাংক হৈছে ৮৪.২। ইয়াৰ পিছতে আছে টাইৱান আৰু ওমান আৰু ইয়াৰ সুৰক্ষা সূচকাংক ক্ৰমে ৮২.৯ আৰু ৮১.৭। এছিয়াৰ দেশসমূহৰ ভিতৰত জাপান দশম স্থান আৰু চীন ১৫ নম্বৰ স্থানত আছে। ইয়াৰ উপৰিও শ্ৰীলংকা ৫৯ নম্বৰ, পাকিস্তান ৬৫ নম্বৰ আৰু বাংলাদেশ ১২৬ নম্বৰত আছে। ভাৰতো এই দীঘলীয়া তালিকাত আছে। কিন্তু ৬৬ নম্বৰ স্থানত। সুৰক্ষা সূচকাংক ৫৫.৭। ইয়াৰ পিছতে আছে ব্ৰিটেইন (৮৭ নম্বৰ স্থান, ৫১.৭), আমেৰিকা (৮৯ নম্বৰ স্থান, ৫০.৮)!

‘নাম্বিঅ’ ছেফটি ইনডেক্স’ সাধাৰণতে ব্যৱহাৰকাৰীয়ে প্ৰদান কৰা তথ্যৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হয়। ফলত এই সূচকাংকত থকা তথ্য চৰকাৰী পৰিসংখ্যাৰ পৰা পৃথক হ’ব পাৰে। সাধাৰণতে আপেক্ষিক সুৰক্ষাৰ এই মূল্যায়ন অপৰাধৰ হাৰ, দেশৰ নিৰাপত্তা ব্যৱস্থা, ব্যক্তিগত সুৰক্ষাৰ চিন্তাকে ধৰি বিভিন্ন কাৰকৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা হয়।

২০২৫ চনত বিশ্বৰ শীৰ্ষ ১০ খন নিৰাপদ দেশ

• এণ্ডোৰা: ৮৪.৭

• সংযুক্ত আৰব আমিৰশ্বাহী ৮৪.৫

• কাটাৰ ৮৪.২

• টাইৱান ৮২.৯

• ওমান ৮১.৭

• আইল অৱ মেন ৭৯.০

• হংকং (চীন) ৭৮.৫

• আৰ্মেনিয়া ৭৭.৯

• ছিংগাপুৰ ৭৭.৪

• জাপান ৭৭.১

উল্লেখ্য যে তালিকাৰ তলত ১৪৮ নম্বৰ স্থানত আছে ভেনিজুৱেলা। অৰ্থাৎ ২০২৫ চনত এই দক্ষিণ আমেৰিকাৰ দেশখনক বিশ্বৰ আটাইতকৈ বিপজ্জনক দেশ হিচাপে ঘোষণা কৰা হৈছে। ভাৰতৰ চুবুৰীয়া দেশ আফগানিস্তানে ১৪৪ নম্বৰ স্থানত আছে। গৃহযুদ্ধৰ কবলত পৰা ছিৰিয়াই ১৪০ নম্বৰ স্থান লাভ কৰিছে এই তালিকাত।

বিশ্বৰ ১০ খন বিপজ্জনক দেশ

• ভেনিজুৱেলা ১৯.৩

• পাপুয়া নিউ গিনি ১৯.৭

• হাইটি ২১.১

• আফগানিস্তান ২৪.৯

• দক্ষিণ আফ্ৰিকা ২৫.৩

• হণ্ডুৰাছ ২৮.০

• ট্ৰিনিদাদ আৰু ট’বাগো ২৯.১

• ছিৰিয়া ৩১.৯

• জামাইকা ৩২.৬

• পেৰু ৩২.৯

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm
মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd