• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিগত ১০ বছৰত চৰকাৰী বেংকে পুঁজিপতিক ৰেহাই দিলে ১২ লাখ কোটি টকাৰ ঋণ! সংসদত কেন্দ্ৰই প্ৰকাশ কৰিলে তথ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 23, 2025 9:06 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত ১০ বছৰত ১২ লাখ কোটি টকাৰো অধিক ঋণ ৰেহাই  কৰিছে চৰকাৰী বেংকে সামূহে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে সংসদত প্ৰকাশ কৰি কৰিছে এই তথ্য। তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভা সাংসদ ৰীতব্ৰত বেনাৰ্জীৰ লিখিত প্ৰশ্নৰ উত্তৰত এই তথ্য উল্লেখ কৰিছে।

সাংসদগৰাকীয়ে প্ৰশ্নত জানিব খুজিছিল চৰকাৰী বেংকে যোৱা এটা দশকত কিমান ঋণ বাতিল কৰিছে আৰু কিয়? উত্তৰত বিত্ত মন্ত্ৰালয়ে উল্লেখ কৰে যে ২০১৫-১৬ বৰ্ষৰ পৰা ২০২৪-২৫ বিত্তীয় বৰ্ষৰ ভিতৰত চৰকাৰী বেংকসমূহে মুঠ ১২ লাখ ৮ হাজাৰ ৮২৮ কোটি টকাৰ ঋণ ৰেহাই কৰিছে। লগতে, ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি বিগত ৫ বছৰত মুঠ ২.৯ লাখ কোটি টকাৰ ঋণ অনাদায় হৈ আাছে।

Apply Now

চৰকাৰী বেংকসমূহৰ ভিতৰত ভাৰতীয় ষ্টেট বেংকে (SBI) সৰ্বাধিক ঋণ ৰেহাই কৰিছে। কেৱল বিগত পাঁচ বছৰতহে SBI-এ ১.১৪ লাখ কোটি টকাৰো অধিক ঋণ ৰেহাই দিছে। তাৰ ভিতৰত কেৱল ২০২৪-২৫ বিত্তীয় বৰ্ষতহে (অস্থায়ী তথ্য) ২০,৩০৯ কোটি টকা ৰেহাই দিয়া হৈছে।

অন্যান্য উল্লেখযোগ্য বেংকসমূহ ক্ৰমে পঞ্জাব নেশ্যনেল বেংক-৮১,২৪৩ কোটি টকা, ইউনিয়ন বেংক অৱ ইণ্ডিয়া- ৮৫,৫৪০ কোটি টকা, বেংক অৱ বৰোদা-৭০,০৬১ কোটি টকা, কেনাড়া বেংকৰ এই হাৰ ২০২২-২৩ৰ ৮,৪২২ কোটি টকাৰ পৰা ২০২৪-২৫ত ১৪,৩৫০ কোটি টকালৈ বৃদ্ধি পাইছে।

এই ঋণ ৰেহাইৰ তথ্য পোহৰলৈ অহাৰ লগে লগে বিৰোধীয়ে পুনৰ মোদী চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে সাধাৰণ মানুহৰ আৰু ৰাজ্যসমূহৰ অৰ্থনৈতিক প্ৰয়োজন উপেক্ষা কৰি পুঁজিপতি বন্ধুবৰ্গৰ ঋণ মাফ কৰিছে। বিশেষকৈ পশ্চিমবঙ্গৰ দৰে ৰাজ্যৰ বাবদ ১০০ দিনৰ কাম, গৃহ নিৰ্মাণ আঁচনি আদিৰ ধন কেন্দ্ৰই ৰখাই থোৱাৰ  অভিযোগ উঠিছে। কেন্দ্ৰ-ৰাজ্য মাজৰ এই বিতণ্ডা এতিয়াও অব্যাহত আছে।

কিন্তু কেন্দ্ৰই দিয়া পৰিসংখ্যা আৰু ব্যাখ্যা অনুসৰি ঋণ ৰেহাই মানে দায়মুক্তি নহয়। বেংকৰ খতিয়ানত ব্যৱহাৰিকভাৱে বন্ধ বুলি চিহ্নিত হলেও, ঋণ আদায়ৰ প্ৰচেষ্টা চলি থাকে বুলি উল্লেখ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am
কাজিৰঙাৰ সুৰক্ষা-বলয়

কাজিৰঙাৰ সুৰক্ষা-বলয়

August 19, 2026 10:37 am
এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

August 19, 2026 9:11 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd