• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিশুক বলাৎকাৰ কৰি হত্যা: হোজাইৰ আদালতে মৃত্যুদণ্ড বিহিলে এজনক

নিখিল মুন্দ্রা by নিখিল মুন্দ্রা
February 10, 2021 5:55 pm
fertilizer-corporati
290
VIEWS
Share on FacebookShare on Twitter

২০২০ চনৰ ফেব্ৰুৱাৰী মাহত ৰাজ্য জুৰি জোকাৰণিৰ সৃষ্টি কৰা হোজাইৰ শিশু ধৰ্ষণ আৰু হত্যাৰ ঘটনা সন্দৰ্ভত আজি  হোজাইৰ সত্ৰ ন্যায়াধীশে এক বিশেষ ৰায়দান কৰে।

হোজাইৰ  অতিৰিক্ত জিলা ন্যায়াধীশ এন দেউৰীৰ আদালতে  শিশু ধৰ্ষণকাৰী  তথা হত্যাকাৰী চন্দন হৰিজনক ফাঁচিৰ নিৰ্দেশ দিয়ে ।

উল্লেখ্য ২০২০ চনৰ ২৬ ফেব্ৰুৱাৰীত  এটি ৫ বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা কৰিছিল চন্দন হৰিজন নামৰ যুৱকে জনে।  এই ঘটনাই সমগ্ৰ ৰাজ্য খনতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।হোজাইৰ নন্দপুৰ দৰিয়াবস্তিৰ বাঁহনিত  উদ্ধাৰ হৈছিল শিশুটিৰ মৃতদেহ ।

হত্যাকাৰীক চিনাক্ত কৰি গ্ৰেপ্তাৰৰ দাবীত হোজাইৰ জনতাই

কৰি হোজাই থানা ঘেৰাও কৰিছিল  আৰু এই ঘটনাত চন্দন হৰিজন নামৰ যুৱক জন জড়িত থাকিব পাৰে বুলি সন্দেহ কৰি গাঁওৰ ৰাইজে যুৱক জনক আৰক্ষীক  গতাই দিছিল ।

পিছত যুৱকজনে আৰক্ষীৰ আগত শিশুটিক ধৰ্ষণ কৰি হত্যা কৰাৰ কথা স্বীকাৰ কৰিছিল।  হোজাইৰ আদালতত ২০২০ৰ মাৰ্চ মাহৰ পৰা চলিছিল গোচৰৰ শুনানি আৰু আজি  উক্ত গোচৰৰ ৰায়দান কৰি অভিযুক্ত চনন্দন হৰিজনক মৃত্যুদণ্ড বিহা হয়।

আদালতৰ ৰায়ক আদৰণি জনাইছে দুৰ্ভগীয়া শিশুটিৰ পৰিয়ালৰ লগতে স্থানীয় ৰাইজে।

Recent News

৩ বছৰত প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ খৰচ ২৯৫ কোটি টকা! ৰাজ্যসভাত জনালে পবিত্ৰ মাৰ্ঘেৰিটাই

৩ বছৰত প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ খৰচ ২৯৫ কোটি টকা! ৰাজ্যসভাত জনালে পবিত্ৰ মাৰ্ঘেৰিটাই

পেলেষ্টাইনক ৰাষ্ট্ৰৰ মৰ্যাদা প্ৰদান কৰিলে ফ্ৰান্সে! ক্ষুব্ধ ইজৰাইল-আমেৰিকা

পেলেষ্টাইনক ৰাষ্ট্ৰৰ মৰ্যাদা প্ৰদান কৰিলে ফ্ৰান্সে! ক্ষুব্ধ ইজৰাইল-আমেৰিকা

লোক নির্মাণ বিভাগত চৰম অনিয়ম : নিয়ম-নীতিক বৃদ্ধাংগুষ্ঠ দেখুৱাই একাংশ ঠিকাদাৰী প্রতিষ্ঠানক গতাইছে ঠিকা

লোক নির্মাণ বিভাগত চৰম অনিয়ম : নিয়ম-নীতিক বৃদ্ধাংগুষ্ঠ দেখুৱাই একাংশ ঠিকাদাৰী প্রতিষ্ঠানক গতাইছে ঠিকা

প্রান্তীয় খণ্ডসমূহৰ পৰা ২০২৫-২৬ বৰ্ষৰ বৃত্তিৰ বাবে আবেদন আহ্বান কৰিছে শ্ৰম কল্যাণ আয়ুক্তই

প্রান্তীয় খণ্ডসমূহৰ পৰা ২০২৫-২৬ বৰ্ষৰ বৃত্তিৰ বাবে আবেদন আহ্বান কৰিছে শ্ৰম কল্যাণ আয়ুক্তই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd