২০২০ৰ ভিতৰত লামডিঙলৈ দ্বৈত ৰে’লপথ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠিব: ৰে’ল ব’ৰ্ডৰ অধ্যক্ষ
অহা দুবছৰৰ ভিতৰত নিউ জলপাইগুৰিৰ পৰা গুৱাহাটী হৈ লামডিঙলৈ স্থাপন হ’বলগীয়া দ্বৈত ৰে’লপথৰ কাম সম্পূৰ্ণ হৈ উঠিব। বুধবাৰে গুৱাহাটী ৰে’লৱে ষ্টেচনত অনুষ্ঠিত...
Read moreDetails











