খালি আছে প্ৰায় ২৩০টা পদ! অক্টোবৰত নিযুক্তি পত্ৰ প্ৰদানৰ পূৰ্বে পিজিটি দ্বিতীয় আৰু তৃতীয়খন তলিকা প্ৰকাশৰ দাবী প্ৰাৰ্থীসকলৰ
অক্টোবৰৰ সময়সীমাৰ পূৰ্বে অসম চৰকাৰক বাকী থকা পিজিটি যুগ্য প্ৰাৰ্থীৰ তলিকা প্ৰকাশ কৰিবলৈ আহ্বান জনাইছে অসমৰ স্নাতকোত্তৰ শিক্ষক (পিজিটি) প্ৰাৰ্থীসকলে।...
Read moreDetails