• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মোদী হৈছে দুৰ্নীতিৰ ৰজা : সুস্মিতা দেব

এন ই নাও নিউজ by এন ই নাও নিউজ
March 16, 2019 6:51 pm
421
VIEWS
Share on FacebookShare on Twitter

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক দুৰ্নীতিৰ ৰজা আখ্যা দিলে সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভাপতি তথা শিলচৰৰ সাংসদ সুস্মিতা দেবে। আজি শিলচৰ কংগ্ৰেছ ভৱনত অনুষ্ঠিত এখন দলীয় সভাত ভাগ লৈ দেৱে এই মন্তব্য কৰে।

উল্লেখযোগ্য যে শুকুৰবাৰে লোকসভা নিৰ্বাচনৰ প্ৰথম খন প্ৰাৰ্থীৰ তালিকাত সুস্মিতা দেবে শিলচৰৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰিছে।

এইবাৰ নিৰ্বাচনত মোদীয়ে জয়লাভ নকৰে বুলি উল্লেখ কৰি তেওঁ কয়, ‘মোদীয়ে দুৰ্নীতি নিৰ্মুল কৰাৰ কথা ইমান কৈ আহিছে। কিন্তু তেওঁ আৰু তেওঁৰ দলেই দুৰ্নীতিত পোত খাই আছে। লাগিলে সেয়া ৰাফালেই হওক বা বিমুদ্ৰাকৰণেই হওক।‘

ইয়াৰ উপৰি দেশত নিবনুৱাৰ সংখ্য বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ২০১৪ চনত যুৱ প্ৰজন্মৰ ভোটেৰে ক্ষমতালৈ অহা নৰেন্দ্ৰ মোডীক এইবাৰ যুৱ প্ৰজন্মই ভোট নিদিয়ে।

জিলাখনৰ প্ৰতিখন ব্লক, মণ্ডলৰ কৰ্মকৰ্তা উপস্থিত থকা আজিৰ উক্ত সভাত শিলচৰৰ সাংসদ গৰাকীয়ে তেওঁক প্ৰাৰ্থীত্ব দিয়াৰ বাবে এ আই চি চি আৰু এ পি চি চিক ধন্যবাদ জনায়।  আনহাতে সুস্মিতা দেবে প্ৰাৰ্থীত্ব পোৱাৰ বাবে সুখ প্ৰকাশ কৰি জিলা কংগ্ৰেছে তেওঁৰ জয় নিশ্চিত বুলি কয়। উল্লেখযোগ্য যে ২০১৬ চনৰ নিৰ্বাচনত তেওঁ বিজেপিৰ জ্যেষ্ঠ নেতা কবীন্দ্ৰ পুৰকায়স্থক পৰাজিত কৰিছিল।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd