টুৱেণ্টি-২০ত পৰিণত পিংক বল টে’ষ্ট মেচ; ৩০ অ’ভাৰত ১০৬ ৰানতে শেষ বাংলাদেশৰ প্ৰথম ইনিংছ
এখন টি-২০ মেচৰ দৰেই হৈ পৰিল আজি ৰাজনীতি আৰু ক্ৰিকেটৰ বহু মহা তাৰকাক সাক্ষী কৰি ভাৰতত অনুষ্ঠিত প্ৰথমখন দিবা-নৈশ টেষ্ট...
এখন টি-২০ মেচৰ দৰেই হৈ পৰিল আজি ৰাজনীতি আৰু ক্ৰিকেটৰ বহু মহা তাৰকাক সাক্ষী কৰি ভাৰতত অনুষ্ঠিত প্ৰথমখন দিবা-নৈশ টেষ্ট...
অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক নেতা প্ৰফুল্ল কুমাৰ মহন্তই শুকুৰবাৰে কৰা মন্তব্যই স্পষ্ট কৰিছে নাগৰিকত্ব বিধেয়কক লৈ দল আৰু নেতৃত্ব পৃথক...
হিন্দু বাংলাদেশীক নাগৰিকত্ব দিবলৈ ওলোৱা নাগৰিকত্ব সংশোধনী বিধেয়কখন সমৰ্থন কৰিবলৈ গৈ পুনৰ বিতৰ্কিত মন্তব্য কৰিছে বৰাকৰ বহিষ্কৃত বিজেপি নেতা তথা...
ভাৰতীয় ক্ৰিকেটত নতুন ইতিহাসৰ সাক্ষী হৈ ৰ’ল কলকাতাৰ ঐতিহাসিক ইডেন গাৰ্ডেন। বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেইখ হাছিনা, পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা...
শিৱসাগৰত অবৈধ মাটি খননৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে শিৱসাগৰ জিলা প্ৰশাসনে। বৃহস্পতিবাৰে এক খবৰৰ ভিত্তিত শিৱসাগৰ জিলা উপায়ুক্তৰ নিৰ্দেশত...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd