বিধানসভাৰ অধিৱেশনৰ দ্বিতীয় দিনাও বিভিন্ন দাবীত উত্তাল দিচপুৰ লাষ্টগে’ট
চলিত বিধানসভাৰ অধিৱেশনৰ প্ৰথম দিনাই তিনিটাকৈ দল-সংগঠনৰ প্ৰতিবাদত উত্তাল হোৱা দিচপুৰ লাষ্টগে’টত আজি দ্বিতীয় দিনাও বিভিন্ন দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে। সংগঠনটোৱে...










