গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ ৰমেন তালুকদাৰৰ অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰ ভুৱা : অনুসূচিত জাতি যুৱ-ছাত্ৰ সন্থা
মিছাকৈ অনুসূচিত জাতিৰ প্ৰমাণ-পত্ৰ উলিয়াই লৈ বহুতেই চৰকাৰী চাকৰি কৰি আছে আৰু লগতে অনুসূচিত জাতিৰ বাবে থকা বিভিন্ন চৰকাৰী সা-সুবিধা...











