বিশিষ্ট শিক্ষাবিদ, গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজিৰ প্ৰাক্তন অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীৰ বিয়োগ
কাৰিকৰী শিক্ষাৰ দূৰদৰ্শী শিক্ষাবিদ প্ৰদীপ কুমাৰ গোস্বামীৰ বিয়োগ। অসম অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু আই আই টি বম্বেৰ এগৰাকী প্ৰাক্তন ছাত্ৰ আছিল...











