‘ভূতনাথ’ৰ বঙ্কুক মনত পৰেনে ? পিছে এতিয়া ক’ত গল বঙ্কু? জানিলে হ’ব আচৰিত; জানিবলৈ পঢ়ক –
অমিতাভ বচ্চন অভিনীত 'ভুথনাথ' ছবিখন ২০০৮ চনত মুক্তি পাইছিল। এই চিনেমাখনত অমিতাভতকৈও অধিক মনোযোগ আṬকৰ্ষণ কৰিছিল বঙ্কু নামৰ শিশু চৰিত্ৰটিয়ে। ...
অমিতাভ বচ্চন অভিনীত 'ভুথনাথ' ছবিখন ২০০৮ চনত মুক্তি পাইছিল। এই চিনেমাখনত অমিতাভতকৈও অধিক মনোযোগ আṬকৰ্ষণ কৰিছিল বঙ্কু নামৰ শিশু চৰিত্ৰটিয়ে। ...
আফ্ৰিকাৰ এখন দেশ জাম্বিয়াত কলেৰা মহামাৰীয়ে প্ৰাণ কাঢ়িছে শ শ লোকৰ। জানিব পৰা মতে এতিয়ালৈকে প্ৰায় ৬০০ ৰো অধিক লোকে...
লেতিন আমেৰিকান দেশ চিলিৰ প্ৰাক্তন ৰাষ্ট্ৰপতি চেবাষ্টিয়ান পিনেৰা আৰু নাই। মঙলবাৰে সংঘটিত হোৱা এক হেলিকপ্টাৰ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটি লয়...
যিসকলে সুখী বৈবাহিক জীৱন যাপন কৰি আছে তেওঁলোক জীৱনৰ আন সকলো ক্ষেত্ৰতে সুখী আৰু সফল। চাণক্যই তেনেকৈয়ে কৈছে। প্ৰশ্ন হয়...
মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজ্জোৱে আকৌ এবাৰ মাত মাতিছে ভাৰতৰ বিৰুদ্ধে । তেওঁ মালদ্বীপৰ পৰা ভাৰতীয় সৈন্য প্ৰত্যাহাৰৰ দাবী জনাইছে। ৰাষ্ট্ৰপতি...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd