মৰ্মান্তিক! লিফ্টৰ ভিতৰত এখন ভৰি, বাকী শৰীৰ বাহিৰত; চলন্ত লিফ্টত প্ৰাণ হেৰুৱালে বিদ্যালয়ৰ শিক্ষয়ত্ৰীয়ে
অত্যন্ত শোকাৱহ ঘটনা! বিদ্যালয়ৰ ভিতৰত সংঘটিত এক দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী ২৬ বছৰীয়া বিদ্যালয়ৰ শিক্ষয়ত্ৰীয়ে। ঘটনাটো সংঘটিত হয় উত্তৰ মুম্বাইত।...











