Latest News

New Delta Strain: অ’মিক্ৰণৰ আতংকৰ মাজতে চীনত নতুন প্ৰজাতিৰ কৰ’নাৰ সংক্ৰমণে বৃদ্ধি কৰিছে উদ্বেগ

New Delta Strain: অ’মিক্ৰণৰ আতংকৰ মাজতে চীনত নতুন প্ৰজাতিৰ কৰ’নাৰ সংক্ৰমণে বৃদ্ধি কৰিছে উদ্বেগ

New Delta Strain শেহতীয়াভাৱে অ’মিক্ৰণ ভেৰিয়েন্টৰ সংক্ৰমণক লৈ গোটেই বিশ্বতে এক আতংক সৃষ্টি হৈছে। তাৰ মাজতে চীনত আকৌ নতুন কোভিড-১৯ৰ...

456448-297024-ranjan-gogoi

Ranjan Gogoi: দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে বিৰোধী সাংসদৰ বিশেষাধিকাৰ ভংগৰ জাননী

Ranjan Gogoi কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ সাংসদে সোমবাৰে দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ জাননী দাখিল কৰিছে।...

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ১৫গৰাকী শিক্ষাৰ্থী কোভিড পজিটিভ; ৫দিনৰ বাবে বন্ধ হোষ্টেল,পাঠদান

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ১৫গৰাকী শিক্ষাৰ্থী কোভিড পজিটিভ; ৫দিনৰ বাবে বন্ধ হোষ্টেল,পাঠদান

গুৱাহাটী বিশ্ববিদ্যালয়ৰ কমেও ১৫গৰাকী শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই পাঁচদিনৰ বাবে পাঠদান তথা হোষ্টেলসমূহ বন্ধৰ নিৰ্দেশ দিছে।...

12d6c1fb-dbaf-4677-909e-2bb4948902d3_1920x1080

Covid Update ৰাজ্যত নতুনকৈ কিমান আক্ৰান্ত হ’ল কোভিডত; মৃত্যু কিমানৰ?

Covid Update অসমত অ’মিক্ৰণ সংক্ৰমণৰ কোনো ঘটনা এতিয়ালৈকে পোহৰলৈ অহা নাই। ৰাজ্যত কোভিড পজিটিভিটিৰ হাৰ এতিয়াও ১ শতাংশৰ তলতে আছে...

ইণ্টাৰেছনেল মেৰিটাইম অৰ্গানাইজেছন: পাকিস্তান বাহিৰ, ভাৰতৰ বাহাল ৰ’ল সদস্য পদ

ইণ্টাৰেছনেল মেৰিটাইম অৰ্গানাইজেছন: পাকিস্তান বাহিৰ, ভাৰতৰ বাহাল ৰ’ল সদস্য পদ

চীন, পাকিস্তান আদিৰ পৰা ভাৰতৰ সাগৰীয় পথেৰে আহি থকা অহৰহ ভাবুকিৰ মাজতে ভাৰতে ইণ্টাৰেছনেল মেৰিটাইম অৰ্গানাইজেছনৰ সদস্য পদ অক্ষুণ্ণ ৰাখিবলৈ...

Page 6462 of 15283 1 … 6,461 6,462 6,463 … 15,283

Recommended

Most Popular