ভূমি পট্টাৰ দাবীত লখিমপুৰৰ নাওবৈচাত উত্তাল প্ৰতিবাদ: অনলাইন পৰ্টেলত ভূমিৰ তথ্য ঘূৰাই অনাৰ দাবী ৰাইজৰ
লখিমপুৰ জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী নাওবৈচাৰ গেলাবিলত শ শ গাঁৱবাসীয়ে ৰঙা সংৰক্ষিত বনাঞ্চলৰ সংৰক্ষণমুক্ত (ডি-ৰিজাৰ্ভ) এলেকাত ভূমি পট্টা প্ৰদানৰ দাবীৰে...











