• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসম আৰক্ষীৰ জালত হানি ট্ৰেপিং চক্ৰ : ধনী ব্যৱসায়ীৰ পৰা লুট লাখ লাখ টকা

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
June 29, 2025 6:45 pm
2.5k
VIEWS
Share on FacebookShare on Twitter

এক হানি ট্ৰেপিঙৰ ঘটনাই জোকাৰিছে যোৰহাট চহৰ। যোৰহাট আৰক্ষীৰ জালত পৰিছে এটা হানি ট্ৰেপিং চক্ৰ। জানিব পৰা মতে, এই চক্ৰটোৱে যোৱা তিনি বছৰ ধৰি এজন স্থানীয় ব্যৱসায়ীৰ পৰা লাখ লাখ টকা দাবী কৰি আহিছে।

জানিব পৰা মতে,  চক্ৰটোৱে ৰাজেশ আগৰৱালা নামৰ এজন লোকৰ পৰা ২০২২ চনৰ পৰাই ধন দাবী কৰি আহিছে। শেহতীয়াকৈ চক্ৰটোৱে আগৰৱালাৰ পৰা অতিৰিক্ত ৪৭ লাখ টকা দাবী কৰিছিল আৰু আনকি ভয় দেখুৱাই তেওঁৰ এখন দোকান কাঢ়ি ল’বলৈও চেষ্টা কৰিছিল।

অৱশেষত ব্যৱসায়ীজনে যোৰহাট আৰক্ষীত আনুষ্ঠানিক এজাহাৰ দাখিল কৰে। তেওঁৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ৩০৮(৫)ৰ অধীনত গোচৰ ৰুজু কৰি ধন দাবীৰ ৰেকেটৰ তদন্ত আৰম্ভ কৰিছে।

এই অভিযানৰ মাষ্টাৰমাইণ্ড গজানন মুণ্ডা আৰু নন্দ কিশোৰ মুণ্ডা বুলি চিনাক্ত কৰা হৈছে। বৰ্তমান দুয়ো পলাতক। ৰেকেটৰ সৈতে জড়িত বুলি সন্দেহ কৰা একাধিক ব্যক্তিক আৰক্ষীয়ে চমন জাৰি কৰিছে, আৰু মূল অভিযুক্তক বিচাৰি উলিওৱাৰ প্ৰচেষ্টা অব্যাহত আছে।

চলি থকা তদন্তৰ অংশ হিচাপে আৰক্ষীয়ে পাৰভেজ হুছেইন নামৰ এজন যুৱকক জেৰা কৰিছে।

উল্লেখ্য যে সদৌ অসম ছাত্ৰ সন্থাৰ যোৰহাট জিলাৰ সাধাৰণ সম্পাদক ৰিয়াজ হুছেইনৰ নামো এই চক্ৰটোৰ সৈতে সাঙুৰ খাইছে।  যোৰহাট আৰক্ষীয়ে জাননী জাৰি কৰি অহা ১ জুলাইত তেওঁক যোৰহাট সদৰ থানাত হাজিৰ হৈ জেৰাৰ নিৰ্দেশ দিছে।

Recent News

গুজৰাটত ভাঙি পৰিল আনন্দ আৰু পাদ্ৰা সংযোগী দলং : মাহী নদীত ৩ জনৰ সলিল সমাধি

গুজৰাটত ভাঙি পৰিল আনন্দ আৰু পাদ্ৰা সংযোগী দলং : মাহী নদীত ৩ জনৰ সলিল সমাধি

এমাজনৰ পৰা ক্ৰয় কৰা হৈছিল পুলৱামা আক্ৰমণৰ বিস্ফোৰক : পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

এমাজনৰ পৰা ক্ৰয় কৰা হৈছিল পুলৱামা আক্ৰমণৰ বিস্ফোৰক : পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

নাবালিকা কন্যাক বাৰম্বাৰ ধৰ্ষণ পিতৃৰ : ৰে’লতে প্ৰসৱ, নৱজাতকক এৰি পলায়ন পৰিয়ালৰ

নাবালিকা কন্যাক বাৰম্বাৰ ধৰ্ষণ পিতৃৰ : ৰে’লতে প্ৰসৱ, নৱজাতকক এৰি পলায়ন পৰিয়ালৰ

যৌনকৰ্মী বাস কৰা এলেকাত থকা শিশু তথা পশু কল্যাণৰ বাবে ৭৫,০০০ টকাৰ অনুদান অৰ্চিতা ফুকনৰ

যৌনকৰ্মী বাস কৰা এলেকাত থকা শিশু তথা পশু কল্যাণৰ বাবে ৭৫,০০০ টকাৰ অনুদান অৰ্চিতা ফুকনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd