• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লোকসভাৰ সচিবালয়ৰ ‘হাউছকীপাৰ’ৰ শৰীৰত ক’ৰ’না ভাইৰাছ; এঘাৰজনক কোৱাৰেন্টাইন

এন ই নাও নিউজ by এন ই নাও নিউজ
April 21, 2020 6:25 pm
2579 persons test Covid19 positive in Assam on Tuesday

প্ৰতিনিধিত্বমূলক চিত্ৰ

415
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰপতি ভৱনৰ পিছত এইবাৰ লোকসভাৰ সচিবালয়তো ওলাল কোভিড-১৯ পজিটিভ।

লোকসভাৰ সচিবালয়ৰ এজন ‘হাউছকীপাৰ’ৰ শৰীৰত ধৰা পৰিছে ক’ৰ’না ভাইৰাছৰ উপস্থিতি।

লোকসভাৰ সচিবালয়ৰ ক’ৰ’না আক্ৰান্ত লোকজন যোৱা কিছুদিন ধৰি কৰ্তব্যত অনুপস্থিত আছিল।

লোকজনে জ্বৰ, কাহ ভুগি থকাৰ লগতে উশাহত কষ্ট পোৱাত স্বাস্থ্য পৰীক্ষা কৰা হৈছিল আৰু তেওঁৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি নিশ্চিত হৈছে।

সংবাদ প্ৰতিষ্ঠান পি টি আইৰ মতে লোকজনক মঙলবাৰে দিল্লীৰ ছফদৰজং হাস্পতালত ভৰ্তি কৰোৱা হয়।

লোকজনৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি নিশ্চিত হোৱাৰ লগে লগে তেওঁৰ পৰিয়ালৰ ১১ জন লোকৰো স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে। এই মুহূৰ্তলৈকে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষাৰ ফলাফল লাভ কৰা নাই স্বাস্থ্য বিভাগে।

সংবাদ প্ৰতিষ্ঠান পি টি আইৰ মতে উক্ত ১১ জন লোকক চেন্ট্ৰেল দিল্লীত কোৱাৰেণ্টাইন কৰা হৈছে।

Tags: COVID-19

Recent News

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে অসম চৰকাৰৰ ২৯ জন এপিএছচি কেলেংকাৰীৰ অভিযুক্ত বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে অসম চৰকাৰৰ ২৯ জন এপিএছচি কেলেংকাৰীৰ অভিযুক্ত বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত

নৰেন্দ্ৰ মোদীৰ ‘সুশাসন’ৰ ফল! পাঁচ বছৰত প্ৰায় ৯ লাখ ভাৰতীয়ই এৰিলে নাগৰিকত্ব

নৰেন্দ্ৰ মোদীৰ ‘সুশাসন’ৰ ফল! পাঁচ বছৰত প্ৰায় ৯ লাখ ভাৰতীয়ই এৰিলে নাগৰিকত্ব

ধেমাজিত কামৰূপ এক্সপ্ৰেছৰ খুন্দাত দুই যুৱকৰ মৃত্যুঃ ৰে’লৱে’ কৰ্মচাৰীৰ ভুলৰ বাবেই অঘটনৰ অভিযোগ ৰাইজৰ

ধেমাজিত কামৰূপ এক্সপ্ৰেছৰ খুন্দাত দুই যুৱকৰ মৃত্যুঃ ৰে’লৱে’ কৰ্মচাৰীৰ ভুলৰ বাবেই অঘটনৰ অভিযোগ ৰাইজৰ

দিছপুৰ ছুপাৰ মাৰ্কেটত পৰিয়ালকেন্দ্ৰিক সংঘাত! ৩০-৪০জন বন্ধুৰে মিলি পত্নীৰ পৰিয়ালক আক্ৰমণ

দিছপুৰ ছুপাৰ মাৰ্কেটত পৰিয়ালকেন্দ্ৰিক সংঘাত! ৩০-৪০জন বন্ধুৰে মিলি পত্নীৰ পৰিয়ালক আক্ৰমণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd