• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শীঘ্ৰে ঘোষণা কৰা হ’ব মেট্ৰিকৰ ফলাফল : প্ৰশ্নকাকত ফাদিলেৰে অভিলেখ গঢ়িছিল ছেবাই ‎

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 14, 2023 6:43 pm
13.6k
VIEWS
Share on FacebookShare on Twitter

দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে যে ২০২৩ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বহু প্ৰত্যাশিত ফলাফল মে’ৰ শেষৰ ফালে ঘোষণা কৰা হ’ব।

সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, “এই বছৰৰ মে’ মাহৰ শেষৰ ফালে মেট্ৰিকৰ ফলাফল ঘোষণা কৰাৰ বাবে মাধ্যমিক শিক্ষা ব’ৰ্ড অসমে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে।”

উল্লেখযোগ্য যে ফলাফলসমূহ ছেবাৰ অফিচিয়েল ৱেবছাইট – sebaonline.org ত প্ৰকাশ কৰা হ’ব।

আনহাতে, মুখ্যমন্ত্ৰী শৰ্মাই কয় যে স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ পদৰ ফলাফল অহা ১৬ মে’ত (মঙলবাৰ) ঘোষণা কৰা হ’ব আৰু উত্তীৰ্ণ সকলৰ নিযুক্তি পত্ৰ অহা ২৬ মে’ত গুৱাহাটীৰ খানাপাৰাৰ খেলপথাৰত বিতৰণ কৰা হ’ব।

উল্লেখ্য যে এইবাৰ ৰাজ্যৰ বিভিন্ন পৰীক্ষা কেন্দ্ৰত প্ৰশ্নকাকত ফাদিলৰ ঘটনা সংঘটিত হয়। আনহাতে ইখনৰ পিছত প্ৰশ্নকাকত ফাদিলৰ বিতৰ্কিত পৰিস্থিতিৰ মাজতে পৰীক্ষাসমূহ অনুষ্ঠিত হয়।

৩ মাৰ্চৰ পৰা আৰম্ভ হোৱা মেট্ৰিক পৰীক্ষা ২০ মাৰ্চত শেষ হোৱাৰ কথা আছিল যদিও প্ৰশ্নকাকত ফাদিলৰ কাণ্ডৰ পিছত পৰীক্ষাৰ সময়সীমা পুনৰ নিৰ্ধাৰণ কৰাৰ বাবে পৰীক্ষাৰ তাৰিখ ১ এপ্ৰিললৈ বৃদ্ধি কৰা হয়।

Recent News

ৰোগীৰ মূৰত আকৌ মাধমাৰ স্বাস্থ্য বিভাগৰ : অভাৱনীয় হাৰত বৃদ্ধি চিকিৎসা মাচুল

ৰোগীৰ মূৰত আকৌ মাধমাৰ স্বাস্থ্য বিভাগৰ : অভাৱনীয় হাৰত বৃদ্ধি চিকিৎসা মাচুল

গৌতম আদানীৰ বিৰুদ্ধে চমন জাৰিৰ বাবে ভাৰতৰ পৰা সহায় বিচাৰি পত্ৰ আমেৰিকাৰ

গৌতম আদানীৰ বিৰুদ্ধে চমন জাৰিৰ বাবে ভাৰতৰ পৰা সহায় বিচাৰি পত্ৰ আমেৰিকাৰ

অটোচালকৰ টি-চাৰ্টত লিখা আছিল IIM-বেংগালুৰুঃ তাৰপাছত? পঢ়ক এই অণুপ্ৰেৰণাদায়ক কাহিনী

অটোচালকৰ টি-চাৰ্টত লিখা আছিল IIM-বেংগালুৰুঃ তাৰপাছত? পঢ়ক এই অণুপ্ৰেৰণাদায়ক কাহিনী

২২ অক্টোবৰৰ পৰা ৰাজ্যৰ ৭ খন চহৰত অনুষ্ঠিত হ’ব অসম গ্রন্থমেলা

২২ অক্টোবৰৰ পৰা ৰাজ্যৰ ৭ খন চহৰত অনুষ্ঠিত হ’ব অসম গ্রন্থমেলা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd