NORTHEAST NOW (Assamese)

Human chain জনজাতিকৰণৰ লগতে অন্যান্য দাবীত মটক যুৱ ছাত্ৰ সন্মিলনৰ মানৱ শৃংখল

June 24, 2022 4:02 pm · পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ

মানৱ শৃংখল কাৰ্যসূচীৰে শিৱসাগৰ ৰাজপথ কঁপালে মটক যুৱ ছাত্ৰ সন্মিলনে।

জনজাতিকৰণকে ধৰি দহটা দাবীৰে বৃহৎ মানৱ শৃংখল কাৰ্য্যসূচী।মটক সকলৰ জনজাতিকৰণকলৈ চৰকাৰে ৰাজনীতি কৰিছে।

বিজেপিয়ে জনজাতিকৰণৰ প্ৰসংগটোলৈ পিঠি দিছে ভেকোভাওনা কৰিছে।

চৰকাৰে মটক স্বায়ত্ত পৰিষদ দিলে, কিন্তু পুঁজি আবণ্টন দিয়া নাই।নিৱনুৱা সমস্যা,গৰাখহনীয়া,৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থা আদি সমস্যাৰ সমাধানত চৰকাৰ ব্যৰ্থ হৈছে।

আলফা সমস্যা শান্তিপূৰ্ণ আলোচনাৰে সমাধানৰো দাবী উত্থাপন কৰে সংগঠনটোৱে।

Related News