• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভুৱা এনকাউণ্টাৰ সন্দৰ্ভত ছুপ্ৰিম ক’ৰ্টৰ নিৰ্দেশক আদৰণী মানব অধিকাৰ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়াৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 24, 2024 6:35 pm
118
VIEWS
Share on FacebookShare on Twitter

দেশৰ উচ্চতম ন্যায়ালয়ে অসমত ২০২১ বৰ্ষৰ পৰা২০২২বৰ্ষৰ ১৭১ টা এনকাউণ্টৰৰ ঘটনা সন্দৰ্ভত ২২ অক্টোবৰত বিস্তাৰিত তথ্য দাখিলৰ এক নিৰ্দেশ প্ৰদান কৰা কাৰ্যক আদৰণী জনায় অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানব অধিকাৰ তথা সমাজ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়াই।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ চন্দ্ৰকান্ত আৰু উজ্বল ভূঞাৰ খণ্ড বিচাৰপীঠে অসমত সংঘটিত হোৱা ১৭১টা এনকাউণ্টৰেই ভুৱা বুলি অভিহিত কৰি প্ৰশ্ন উত্থাপন কৰে যে ২০২১/২২ চনৰ ঘটনা সমূহৰ তদন্তত বিলম্ব কিয় ? এনে এনকাউণ্টৰৰ দ্বাৰা বিশেষ এটা সম্প্ৰদায়ক লক্ষ্য কৰা হৈছে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰা হয়। ২০২১ বৰ্ষৰ মে মাহৰ পৰা ২০২২বৰ্ষৰ আগষ্ট মাহলৈকে আৰক্ষীৰ জিম্মাত মৃত্যু তথা সংঘৰ্ষৰ ফলত মৃত্যু আৰু এনকাউণ্টৰত গুৰুতৰ ভাবে আহত হোৱা ঘটনা সমূহ আজি পর্যন্ত সঠিক তদন্ত সম্পূৰ্ণ নোহোৱা বিষয়ক লৈ উচ্চতম ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে ক্ষোভ উজাৰে।

খণ্ড বিচাৰপীঠদ্বয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ে ভুৱা সংঘৰ্ষ সন্দৰ্ভত নিৰ্দিষ্ট এখন পি আই এলক অপৰিপক্ক আখ্যা দিয়া আৰু অসম মানব অধিকাৰ আয়োগে গোচৰ সমূহ বন্ধ কৰা বিশেষকৈ অসম চৰকাৰৰ অধিবক্তাৰ যুক্তি তথা বক্তব্যক মানি লোৱা নহব বুলি কোৱাৰ লগতে অহা ২৬ নৱেম্বৰত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰি এক নিৰ্দেশ প্ৰদান কৰিছে।

উচ্চতম ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠৰ উক্ত নিৰ্দেশনাক আদৰণী জনায় ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱাধিকাৰ তথা সমাজ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়াই কয় যে মানব অধিকাৰ আয়োগৰ দৰে এক স্বত্ৰন্ত সংস্থাক ন্যায়ালয়ে সমালোচনা কৰিবলৈ বা সকীয়াব লগা হোৱা কাৰ্য এক দুৰ্ভাগ্যজনক বুলি আখ্যা দি তেওঁ কয় সাধাৰন মানু্হ তথা নাগৰিকৰ অধিকাৰৰ বাবে উচ্চতম ন্যায়ালয়ে বিষয়টো গুৰুত্ব সহকাৰে লোৱাত ন্যায়ালয়ৰ প্ৰতি সাধাৰন আৰু সচেতন নাগৰিকৰ আস্থা অটুট থাকিব। উচ্চতম ন্যায়ালয়ে এনকাউণ্টৰ সন্দৰ্ভত কঠোৰ স্থিতি গ্ৰহন কৰা কাৰ্যক অনাগত দিনৰ বাবে এক শুভ সংকেত বুলি ড০ শইকীয়াই আখ্যা দিয়ে।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd