• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভুৱা এনকাউণ্টাৰ সন্দৰ্ভত ছুপ্ৰিম ক’ৰ্টৰ নিৰ্দেশক আদৰণী মানব অধিকাৰ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়াৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 24, 2024 6:35 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ উচ্চতম ন্যায়ালয়ে অসমত ২০২১ বৰ্ষৰ পৰা২০২২বৰ্ষৰ ১৭১ টা এনকাউণ্টৰৰ ঘটনা সন্দৰ্ভত ২২ অক্টোবৰত বিস্তাৰিত তথ্য দাখিলৰ এক নিৰ্দেশ প্ৰদান কৰা কাৰ্যক আদৰণী জনায় অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানব অধিকাৰ তথা সমাজ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়াই।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ চন্দ্ৰকান্ত আৰু উজ্বল ভূঞাৰ খণ্ড বিচাৰপীঠে অসমত সংঘটিত হোৱা ১৭১টা এনকাউণ্টৰেই ভুৱা বুলি অভিহিত কৰি প্ৰশ্ন উত্থাপন কৰে যে ২০২১/২২ চনৰ ঘটনা সমূহৰ তদন্তত বিলম্ব কিয় ? এনে এনকাউণ্টৰৰ দ্বাৰা বিশেষ এটা সম্প্ৰদায়ক লক্ষ্য কৰা হৈছে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰা হয়। ২০২১ বৰ্ষৰ মে মাহৰ পৰা ২০২২বৰ্ষৰ আগষ্ট মাহলৈকে আৰক্ষীৰ জিম্মাত মৃত্যু তথা সংঘৰ্ষৰ ফলত মৃত্যু আৰু এনকাউণ্টৰত গুৰুতৰ ভাবে আহত হোৱা ঘটনা সমূহ আজি পর্যন্ত সঠিক তদন্ত সম্পূৰ্ণ নোহোৱা বিষয়ক লৈ উচ্চতম ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে ক্ষোভ উজাৰে।

খণ্ড বিচাৰপীঠদ্বয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ে ভুৱা সংঘৰ্ষ সন্দৰ্ভত নিৰ্দিষ্ট এখন পি আই এলক অপৰিপক্ক আখ্যা দিয়া আৰু অসম মানব অধিকাৰ আয়োগে গোচৰ সমূহ বন্ধ কৰা বিশেষকৈ অসম চৰকাৰৰ অধিবক্তাৰ যুক্তি তথা বক্তব্যক মানি লোৱা নহব বুলি কোৱাৰ লগতে অহা ২৬ নৱেম্বৰত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰি এক নিৰ্দেশ প্ৰদান কৰিছে।

Apply Now

উচ্চতম ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠৰ উক্ত নিৰ্দেশনাক আদৰণী জনায় ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱাধিকাৰ তথা সমাজ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়াই কয় যে মানব অধিকাৰ আয়োগৰ দৰে এক স্বত্ৰন্ত সংস্থাক ন্যায়ালয়ে সমালোচনা কৰিবলৈ বা সকীয়াব লগা হোৱা কাৰ্য এক দুৰ্ভাগ্যজনক বুলি আখ্যা দি তেওঁ কয় সাধাৰন মানু্হ তথা নাগৰিকৰ অধিকাৰৰ বাবে উচ্চতম ন্যায়ালয়ে বিষয়টো গুৰুত্ব সহকাৰে লোৱাত ন্যায়ালয়ৰ প্ৰতি সাধাৰন আৰু সচেতন নাগৰিকৰ আস্থা অটুট থাকিব। উচ্চতম ন্যায়ালয়ে এনকাউণ্টৰ সন্দৰ্ভত কঠোৰ স্থিতি গ্ৰহন কৰা কাৰ্যক অনাগত দিনৰ বাবে এক শুভ সংকেত বুলি ড০ শইকীয়াই আখ্যা দিয়ে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd