• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিমৌত পঞ্চম শ্ৰেণীৰ ছাত্ৰীৰ জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু

হিতোজ্বল চেতিয়া by হিতোজ্বল চেতিয়া
September 1, 2018 4:39 pm
140
VIEWS
Share on FacebookShare on Twitter

আজি পুৱতি নিশা শিৱসাগৰ জিলাৰ ডিমৌ ৰাইচাইত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰী জাপানীজ এনকেফেলাইটিছ ৰোগত অাক্ৰান্ত হৈ মৃত্যু হয়।

পুৱতি নিশা প্ৰায় ৪ বজাত শোৱাপাটীতে মৃত্যুক সাবটি লয় ডিমৌ ৰাইচাই গাঁৱৰ চুনু মুৰাৰীৰ ১০ বছৰীয়া কন্যা সোণমণি বাউৰীয়ে।

উল্লেখযোগ্য যে ২০ দিন পূৰ্বে ডিমৌ আদৰ্শ চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি আৰোগ্য লাভ নকৰাত সোণমনি বাউৰীক উন্নত চিকিৎসাৰ বাবে পৰিয়ালৰ লোকে ডিব্ৰুগড় অসম মেডিকেল কলেজত ভৰ্তি কৰাইছিল। কিন্তু বৃহস্পতিবাৰে মেডিকেলৰ পৰা ঘৰলৈ আহি দুদিনৰ পিছতে পুনৰ অসুস্থ হৈ পৰে কিশোৰীগৰাকী।

আৰি শুকুৰবাৰে নিশা প্ৰায় ২ বজাত অসুস্থ হৈ পৰা ছাত্ৰীগৰাকীয়ে আজি পুৱাতে কৰুণভাৱে শোৱাপাটীতে মৃত্যুক আকোঁৱালি লয়।

আনহাতে স্থানীয় ৰাইজে চিকিৎসকৰ গাফিলতিৰ বাবেই সোনমণি বাউৰীয়ে মৃত্যুক সাবটি লোৱা বুলি অভিযোগ উত্থাপন কৰে।

আজি ডিমৌ কোঁৱৰ দিহিঙীয়া প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকীৰ মৃত্যুত মৰ্মাহত সহপাঠীসকল আৰু ৰাইচাই গাঁৱৰ স্থানীয় লোকসকলে সোনমণিৰ মৃতদেহ লৈ গাওঁখনত এক প্ৰতিবাদী সমদল উলিয়াই স্বাস্থ্য বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ কৰে।

সমদলকাৰীসকলে ‘স্বাস্থ্য মন্ত্ৰী মুর্দাবাদ, স্বাস্থ্য বিভাগ হায় হায়, ৰাইচাই বাসীক এনফেলাইটিছৰ পৰা ৰক্ষা কৰক, এনফেলাইটিছ বেজী দিয়াৰ ব্যৱস্থা কৰক’ আদি বিভিন্ন প্ৰতিবাদী শ্ল’গান দিয়ে।

Recent News

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

ভাৰত-পাকিস্তানৰ ডিজিএমঅ’ৰ বৈঠক! কি স্থিতি সিন্ধু জল সন্ধিৰ?

ভাৰত-পাকিস্তানৰ ডিজিএমঅ’ৰ বৈঠক! কি স্থিতি সিন্ধু জল সন্ধিৰ?

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি! প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় খোলা হৈছে জম্মু-কাশ্মীৰত

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি! প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় খোলা হৈছে জম্মু-কাশ্মীৰত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd