• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

খৰধৰ কৰক! দিনে ১ লাখকৈ টকাৰ অ’ফাৰ টিক টকৰ, অসমৰ বাবেও মুকলি

বাতৰিটোৰ শেষত থকা লিংকটো চ’চিয়েল মিদিয়াত চেয়াৰ কৰি আপুনিও হ’ব পাৰে এগৰাকী ভাগ্যৱান। অহা ১৬ মে’লৈকে থাকিব অ’ফাৰ।

এন ই নাও নিউজ by এন ই নাও নিউজ
May 12, 2019 9:54 pm
Tik Tok-Helo: Govt of India seeks answers, threatens to ban

ৰিতাৰ্ন অৱ তিক তক।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিষিদ্ধতাৰ পৰা মুক্তি পায়ে ব্যৱহাৰকাৰীলৈ দিনে এক লাখ টকালৈকে ঘটাৰ সুযোগ আগবঢ়াইছে অসমতো বহুলভাৱে জনপ্ৰিয় এপ তিক তকে।

অসম তথা উত্তৰ-পূবৰ বাবেও মুকলি থকা এই সুযোগ প্ৰতি দিনাই তিনিগৰাকী ভাগ্যৱানলৈ আগবঢ়োৱা হ’ব।

বাতৰিটোৰ শেষত থকা লিংকটো চ’চিয়েল মিদিয়াত চেয়াৰ কৰি আপুনিও হ’ব পাৰে এগৰাকী ভাগ্যৱান।

অহা ১৬ মে’লৈকে থাকিব লগা অ’ফাৰটো আৰম্ভ হৈছে ১ মে’ৰ পৰা।

পুনৰাগমন যাত্ৰাত মাত্ৰ এসপ্তাহৰ ভিতৰতে এপটোৱে পুনৰ গুগল প্লে’ স্ত’ৰ আৰু এপল এপ স্ত’ৰত শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে।

বৰ্তমানৰ তিক তক এপ স্ত’ৰৰ আটাইতকৈ জনপ্ৰিয় বিনামূলীয়া এপ হোৱাৰ লগতে প্লে’ স্ত’ৰৰো সৰ্বাধিক জনপ্ৰিয় চ’চিয়েল এপ।

এপটোৰ ওপৰত যোৱা ৩ এপ্ৰিলত মাদ্ৰাছ উচ্চ ন্যায়ালয়ে জাৰি কৰা নিষেধাজ্ঞা দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ২৪ এপ্ৰিলত “চৰ্তসাপেক্ষে” উঠাই লৈছিল।

লিংকটোৰ বাবে ইয়াত ক্লিক কৰক

চীনা কাম্পেনি বাইতদান্স মালিকানাধীন বিনামূলীয়া এপটোৰ গোটেই পৃথিৱীত আছে ১ বিলিয়নতকৈও অধিক ব্যৱহাৰকাৰী, তাৰ প্ৰায় দুশ মিলিয়ন ভাৰতৰ।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

ভাৰতৰ পঞ্চমখন সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে পৰিগণিত হ’ল হিমাচল প্ৰদেশ

ভাৰতৰ পঞ্চমখন সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে পৰিগণিত হ’ল হিমাচল প্ৰদেশ

September 9, 2025 10:37 am
টোপনিত লালকাল সকলো, হঠাৎ পুৱতি নিশা বিস্ফোৰণ এচিৰ; নিমিষতে শেষ হৈ গ’ল পৰিয়ালটো

টোপনিত লালকাল সকলো, হঠাৎ পুৱতি নিশা বিস্ফোৰণ এচিৰ; নিমিষতে শেষ হৈ গ’ল পৰিয়ালটো

September 9, 2025 10:20 am
বিশ্ব চেম্পিয়ন ডি গুকেশক পৰাস্ত কৰি ইতিহাস ৰচিলে ১৬ বছৰীয়া অভিমন্যু মিশ্ৰই

বিশ্ব চেম্পিয়ন ডি গুকেশক পৰাস্ত কৰি ইতিহাস ৰচিলে ১৬ বছৰীয়া অভিমন্যু মিশ্ৰই

September 9, 2025 10:09 am
CAA বাতিল কৰাৰ দাবীত ব্যাপক প্ৰতিবাদ অসম জাতীয় পৰিষদৰ

CAA বাতিল কৰাৰ দাবীত ব্যাপক প্ৰতিবাদ অসম জাতীয় পৰিষদৰ

September 9, 2025 9:41 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতৰ পঞ্চমখন সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে পৰিগণিত হ’ল হিমাচল প্ৰদেশ

ভাৰতৰ পঞ্চমখন সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে পৰিগণিত হ’ল হিমাচল প্ৰদেশ

September 9, 2025 10:37 am
টোপনিত লালকাল সকলো, হঠাৎ পুৱতি নিশা বিস্ফোৰণ এচিৰ; নিমিষতে শেষ হৈ গ’ল পৰিয়ালটো

টোপনিত লালকাল সকলো, হঠাৎ পুৱতি নিশা বিস্ফোৰণ এচিৰ; নিমিষতে শেষ হৈ গ’ল পৰিয়ালটো

September 9, 2025 10:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd