• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিগ টেক কোম্পানীৰ চাপত ভয়াৱহ সংকটত ডিজিটেল নিউজ মিডিয়া! নীতি সংস্কাৰৰ পথত চৰকাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 20, 2024 2:40 pm
বিগ টেক কোম্পানীৰ চাপত ভয়াৱহ সংকটত ডিজিটেল নিউজ মিডিয়া! নীতি সংস্কাৰৰ পথত চৰকাৰ

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে অনলাইন সংবাদ মাধ্যমক সুৰক্ষা প্ৰদানৰ নীতি নিৰ্ধাৰণত গুৰুত্ব আৰোপ কৰিছে।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ডিজিটেল নিউজ মিডিয়াকলৈ এক বক্তৱ্য প্ৰদান কৰে। ডিজিটেল নিউজ ব্যৱসায়ত তেওঁ গুগল আৰু মেটাৰ দৰে বৃহৎ টেক কোম্পানীৰ একচেটিয়া আধিপত্যৰ কথা উল্লেখ কৰে। এই পৰিস্থিতিত তেওঁ গণতন্ত্ৰৰ স্বাৰ্থত অনলাইন সংবাদ মাধ্যমক সুৰক্ষা প্ৰদানৰ নীতি নিৰ্ধাৰণত গুৰুত্ব আৰোপ কৰে।

ডিজিটেল মিডিয়াত বিগ টেক কোম্পানীসমূহে দীৰ্ঘদিন ধৰি প্ৰভাৱশালী অৱস্থান উপভোগ কৰি আহিছে। অনলাইন মিডিয়া হাউছসমূহক পৰ্যাপ্ত ধন নিদিয়াকৈয়ে তেওঁলোকৰ সামগ্ৰীৰ পৰা তেওঁলোকে যথেষ্ট পৰিমাণৰ উপাৰ্জন কৰিয়েই আছে।

ভাৰতীয় ডিজিটেল নিউজ প্লেটফৰ্ম এক অস্বস্তিকৰ পৰিস্থিতিত অৱস্থান কৰি আছে। দীৰ্ঘদিনীয়া অভিযোগ, টেক জায়েন্টসমূহে “হয় লোৱা নহয় বাদ দিয়া” মনোভাৱেৰে কাম কৰে। কোনো আলোচনাত আহিব নিবিচাৰে। ফলত ডিজিটেল নিউজ মিডিয়াবোৰে প্ৰায়ে এই টেক জায়েন্টসকলে নিৰ্ধাৰণ কৰা চৰ্তসমূহ গ্ৰহণ কৰাৰ বাহিৰে আন বিকল্প নাথাকে।

লগতে পঢ়কঃ পোন্ধৰ বছৰৰ প্ৰেমৰ অন্তত ডিচেম্বৰত বিবাহপাশত আৱদ্ধ হ’ব দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী কীৰ্তি সুৰেশ

শেহতীয়া বছৰবোৰত অষ্ট্ৰেলিয়া, ইউৰোপ, ব্ৰিটেইন, কানাডা আৰু আমেৰিকাকে ধৰি দেশসমূহত ডাঙৰ ডাঙৰ টেক কোম্পানীসমূহৰ ডিজিটেল নীতিৰ বিৰুদ্ধে যুঁজ তীব্ৰতৰ হৈ পৰিছে। ভাৰতৰ চিচিআইয়েও এই সন্দৰ্ভত এক অধ্যয়ন আৰম্ভ কৰিছে। অৱশ্যে এই সন্দৰ্ভত সবিশেষ প্ৰতিবেদন এতিয়াও প্ৰকাশ পোৱা নাই।

উল্লেখ্য যে যোৱা ডেৰ বছৰত ডিজিটেল মিডিয়া নিয়ন্ত্ৰণক কেন্দ্ৰ কৰি বাৰে বাৰে তীব্ৰ আপত্তিৰ সৃষ্টি হৈছে। অশ্বিনী বৈষ্ণৱেও বিষয়টো চোৱা-চিতা কৰিবলৈ কৈছে যাতে অনলাইন বাতৰিৰ বিশ্বাসযোগ্যতাক লৈ কোনো প্ৰশ্ন উত্থাপন নহয়।

মন কৰিবলগীয়া যে, টেক জায়েন্টৰ দ্বাৰা নিয়ন্ত্ৰিত চাৰ্চ ইঞ্জিনৰ ভূমিকা আলোচ্য হৈ পৰিছে। প্ৰায়ে দেখা যায় যে বিভ্ৰান্তিকৰ বাতৰিয়ে অগ্ৰাধিকাৰ লাভ কৰিছে। অৱশ্যে সেইটো এটা চিন্তাৰ বিষয়। ইয়াৰ উপৰিও কৃত্ৰিম বুদ্ধিমত্তাৰ আৱিষ্কাৰ আৰু সংবাদ জগতত এআই-চালিত চেটজিপিটি, জেমিনিৰ উত্থান, লগতে এআইৰ জৰিয়তে ফটো আৰু ভিডিঅ’ সম্পাদনাইও অনলাইন সাংবাদিকতাত তথ্য পৰীক্ষা কৰাটো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।

লগতে পঢ়কঃ ডিউটি শেষ! মাজ বাটতে যাত্ৰীসকলক এৰি ঘৰলৈ খোজ ল’লে পাইলটে, তাৰ পিছত কি ঘটিল?

বৰ্তমান ভাৰত চৰকাৰেও এই বিষয়টোৰ ওপৰত চিন্তা-চৰ্চা কৰি আছে আৰু ডিজিটেল লেণ্ডস্কেপত এক সুসংহত নীতি গঢ়ি তোলাৰ পক্ষত আছে বুলি মন্ত্ৰী  বৈষ্ণৱে জনায়। য’ত সমতা, স্বচ্ছতা আৰু মৌলিক অধিকাৰক গুৰুত্ব দিয়া হ’ব। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

August 13, 2025 6:31 pm
অবৈধ বেটিং এপ গোচৰত ED-ৰ প্ৰশ্নৰ সন্মুখীন ক্ৰিকেটাৰ সুৰেশ ৰাইনা

অবৈধ বেটিং এপ গোচৰত ED-ৰ প্ৰশ্নৰ সন্মুখীন ক্ৰিকেটাৰ সুৰেশ ৰাইনা

August 13, 2025 6:00 pm
নাগৰিকত্বৰ পূৰ্বে ভোটাৰ তালিকাত নাম সোমাইছিল ছোনিয়া গান্ধীৰ! বিস্ফোৰক অভিযোগ অমিত মালব্যৰ

নাগৰিকত্বৰ পূৰ্বে ভোটাৰ তালিকাত নাম সোমাইছিল ছোনিয়া গান্ধীৰ! বিস্ফোৰক অভিযোগ অমিত মালব্যৰ

August 13, 2025 4:44 pm
উচ্চতম ন্যায়ালয়ত নাটকীয় উন্মোচন! নিৰ্বাচন আয়োগে জীৱিত ব্যক্তিকো মৃত ঘোষণা কৰি ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিলে নাম

উচ্চতম ন্যায়ালয়ত নাটকীয় উন্মোচন! নিৰ্বাচন আয়োগে জীৱিত ব্যক্তিকো মৃত ঘোষণা কৰি ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিলে নাম

August 13, 2025 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

কৰ্কট ৰোগীৰ চিকিৎসা মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰকঃ ডি ৱাই এফ আই

August 13, 2025 6:31 pm
অবৈধ বেটিং এপ গোচৰত ED-ৰ প্ৰশ্নৰ সন্মুখীন ক্ৰিকেটাৰ সুৰেশ ৰাইনা

অবৈধ বেটিং এপ গোচৰত ED-ৰ প্ৰশ্নৰ সন্মুখীন ক্ৰিকেটাৰ সুৰেশ ৰাইনা

August 13, 2025 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd