• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিউটি শেষ! মাজ বাটতে যাত্ৰীসকলক এৰি ঘৰলৈ খোজ ল’লে পাইলটে, তাৰ পিছত কি ঘটিল?

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 20, 2024 11:40 am
প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাজ বাটতে যাত্ৰীসকলক এৰি পাইলটজনে ঘৰলৈ ৰাওনা হ’ল। ফলত কেইবা ঘন্টা অপেক্ষা কৰাৰ অন্তত অৱশেষত যাত্ৰীসকলে বাছেৰে গন্তব্য স্থানলৈ যাবলৈ বাধ্য হয়। দেশৰ অন্যতম আগশাৰীৰ বিমান সংস্থা এয়াৰ ইণ্ডিয়াত সংঘটিত হৈছে এনে এক ঘটনা। দৰাচলতে কি হৈছিল?

বৰ্তমান প্ৰদূষণৰ বাবে দিল্লীৰ পৰিস্থিতি অত্যন্ত বেয়া। ফলত বহু বিমানে নিৰ্ধাৰিত সময়ৰ ভিতৰত ৰাজধানীত অৱতৰণ কৰিব পৰা নাই। এয়াৰ ইণ্ডিয়াৰ এয়াৰবাছ এআই-২০২২ বিমানো একে কাৰণতে সময়মতে দিল্লীত অৱতৰণ কৰিব পৰা নাছিল। গতিকে ইয়াক জয়পুৰলৈ ডাইভাৰ্ট কৰি দিয়া হ’ল। বিমানখন তাতেই অৱতৰণ কৰা হয়। বিমানখনে ১৮০ জনতকৈ অধিক যাত্ৰী কঢ়িয়াই আনিছিল। তেওঁলোকক সকলোকে বাছেৰে গন্তব্যস্থানলৈ লৈ যাবলগীয়া হয়।

লগতে পঢ়কঃ বৃদ্ধস্য তৰুণী ভার্যা! ৬২ বছৰীয়া বিধায়কে বিয়া কৰালে ২৫ বছৰীয়া যুৱতীক

Apply Now

দেওবাৰে নিশা স্থানীয় সময় অনুসৰি ১০:০০ বজাত পেৰিছৰ পৰা দিল্লী অভিমুখে উৰা মৰা এয়াৰ ইণ্ডিয়াৰ বিমানখন সোমবাৰে পুৱা ১০:৩৫ বজাত দিল্লীত উপস্থিত হোৱাৰ কথা আছিল। কিন্তু সেইখন নিৰ্ধাৰিত সময়ত উপনীত হ’ব নোৱাৰিলে। কাৰণ একেটাই। সেয়া হ’ল দিল্লীৰ প্ৰদূষণ। চাৰিওফালে ধূলি আৰু ধোঁৱাই ঢাকি থোৱা আছিল। ফলত পাইলটজনে বিমানখন জয়পুৰত অৱতৰণ কৰিবলৈ বাধ্য হয়।

বিমানবন্দৰৰ সূত্ৰ অনুসৰি জয়পুৰত অৱতৰণ কৰাৰ পিছত বহু সময় অপেক্ষা কৰি আছিল আটাইবোৰ যাত্ৰী। কিন্তু তেতিয়াও পাইলটে দিল্লীলৈ বিমানখন লৈ যোৱাৰ কোনো অনুমতি নাপালে। ইফালে তেওঁৰ ডিউটিৰ সময় শেষ হৈ আহিছিল। ফলত তেওঁ সকলো যাত্ৰীক তাতেই এৰি ঘৰলৈ ৰাওনা হ’ল।

লগতে পঢ়কঃ ৪৩টা চাৰি, ২৪টা ছয়, ১৫২টা বলত অপৰাজিত ৪১৯ ৰান! শচীনৰ ১৫ বছৰৰ ৰেকৰ্ড ভংগ কৰিলে আয়ুষে

ইপিনে যাত্ৰীসকলে একো কৰিব পৰা নাছিল। সেই পৰিস্থিতিত বিমানবন্দৰত কেইবা ঘণ্টা অপেক্ষা কৰিব লগা হয়। অৱশেষত যেতিয়া তেওঁলোকে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে তেতিয়া তেওঁলোকক কোৱা হয় যে পাইলটজন ঘৰলৈ গৈছে। ইফালে তেওঁলোকৰ বাবে আন কোনো বিমানৰ ব্যৱস্থাও কৰা হোৱা নাছিল। ৯ ঘণ্টা অপেক্ষা কৰি অৱশেষত বাছ আৰু টেক্সিৰে গন্তব্যস্থানলৈ ৰাওনা হ’ল যাত্ৰীসকল। কোম্পানীটোৱে সমগ্ৰ ঘটনা সন্দৰ্ভত অৱশ্যে এই পৰ্যন্ত কোনো আনুষ্ঠানিক বিবৃতি দিয়া নাই।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd