• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাতিল কৰা হৈছে ICSE বৰ্ডৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা

এন ই নাও নিউজ by এন ই নাও নিউজ
June 25, 2020 5:01 pm
exam-hall-pic-MM

প্ৰতিনিধিত্বমূলক ফটো

806
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ICSEৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ বৰ্ড পৰীক্ষা বাতিল কৰা হৈছে।

কাউন্সিল ফৰ দ্য ইণ্ডিয়ান স্কুল চাৰ্টিফিকেট এক্স্যামিনেশ্যন চমুকৈ CISCEয়ে জনোৱা মতে এই বৰ্ষৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ বাকি থকা পৰীক্ষা কেইটা বাতিল কৰা হৈছে। ক’ৰ’নাৰ প্ৰতি লক্ষ্য উক্ত পৰীক্ষাকেইটা জুলাইত অনুষ্ঠিত কৰাৰ কথা আছিল।

CBSE ব’ৰ্ডে দশম আৰু দ্বাদশ শ্ৰেনিৰ পৰীক্ষা সমূহ বাতিল কৰা বুলি ঘোষনা কৰাৰ পিছতে CISCEয়ে ICSEৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ অনুষ্ঠিত হ’বলৈ বাকি থকা পৰীক্ষাসমূহ বাতিলৰ সিদ্ধান্ত লয়।

CISCEৰ তৰফৰ পৰা জ্যষ্ঠ অধিবক্তা জয়দ্বীপ গুপ্তাই উচ্চতম ন্যয়ালয়ৰ শুনানিত এই কথা সদৰী কৰে।

উল্লেখযোগ্য যে ক’ৰ’না ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি দেশজুৰী লকডাউন ঘোষণা কৰাৰ বাবে CBSE আৰু ICSEৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ বহুকেইটা পৰীক্ষা অনুষ্ঠিত হ’বলৈ বাকি থাকি গৈছিল।

Recent News

অনুৰাগীয়ে দিয়া ৭২ কোটি টকাৰ সম্পত্তি ঘূৰাই দিলে অভিনেতা সঞ্জয় দত্তই

অনুৰাগীয়ে দিয়া ৭২ কোটি টকাৰ সম্পত্তি ঘূৰাই দিলে অভিনেতা সঞ্জয় দত্তই

অভিযন্তা জ্যোষিতা দাসৰ মৃত্যুৰ গোচৰৰ সৈতে জড়িত মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ঠিকাদাৰৰ বাসগৃহত তদন্তকাৰী দলৰ অভিযান

অভিযন্তা জ্যোষিতা দাসৰ মৃত্যুৰ গোচৰৰ সৈতে জড়িত মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ঠিকাদাৰৰ বাসগৃহত তদন্তকাৰী দলৰ অভিযান

গেৰুকামুখত এন এইচ পি চিৰ তিনিটা নিম্ন জলবিদ্যুৎ প্ৰকল্প আৰম্ভ কৰাৰ পৰিকল্পনা! প্ৰতিবাদত নামিল ক্ষুব্ধ গাঁওবাসী

গেৰুকামুখত এন এইচ পি চিৰ তিনিটা নিম্ন জলবিদ্যুৎ প্ৰকল্প আৰম্ভ কৰাৰ পৰিকল্পনা! প্ৰতিবাদত নামিল ক্ষুব্ধ গাঁওবাসী

অথলে গ’ল ৩.২৫ কোটি টকাৰ জল জীৱন প্ৰকল্পৰ : উদ্বোধনৰ ৪ মাহ পিছতো এটুপিও পানী পোৱা নাই ৰাইজে

অথলে গ’ল ৩.২৫ কোটি টকাৰ জল জীৱন প্ৰকল্পৰ : উদ্বোধনৰ ৪ মাহ পিছতো এটুপিও পানী পোৱা নাই ৰাইজে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd