• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আছুৰ আন্দোলন ভুল আছিল যদি ৰাইজক ক্ষমা খোজক মুখ্য মন্ত্ৰী সোণোৱালে: সমুজ্বল ভট্টাচাৰ্য্য

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
January 23, 2019 10:03 pm
All Assam Students’ Union (AASU) chief advisor Dr. Samujjal kumar Bhattacharjee delivering lecture during All Assam Students’ Union (AASU) the mass agitation programme named Khilonjiar Brajaninad (thunderous volt by the indigenous people of Assam) statewide protests against the much-debated Citizenship (Amendment) Bill, 2016 in Latasil Playground,Guwahati on 23-01-19.pix by UB PHOTOS

খিলঞ্জীয়াৰ বজ্ৰনিনাদত সমুজ্জ্বল ভট্টাচাৰ্য্য। ছবি- ইউ বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এসময়ত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব দিয়া সৰ্বানন্দ সোণোৱালে ৰাজপথত আন্দোলন কৰি আজি ৰাজ্যৰ মুখ্য মন্ত্ৰী হ’ল। কিন্তু শাসনৰ গাদীত বহি সেইজন সৰ্বানন্দ সোণোৱালে ছাত্ৰ-ছাত্ৰীক আন্দোলনৰ পৰা আঁতৰাই ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে।

অসমজুৰি চৰ্চিত হোৱা সোণোৱালৰ এই নিৰ্দেশৰ বিৰুদ্ধে বুধবাৰৰ “খিলঞ্জীয়াৰ বজ্ৰনিনাদ”ত গৰজি উঠে তেওঁৰেই একালৰ সতীৰ্থ, আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই।

লতাশিলৰ বুকুৰ পৰাই মুখ্য মন্ত্ৰী সোণোৱালক প্ৰত্যাহ্বান জনায় ভট্টাচাৰ্য্যই কয়, ‘সৰ্বানন্দ সোণোৱাল সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি আছিল। ছাত্ৰ সন্থাৰ হৈ তেওঁ জাতীয় স্বাৰ্থত ৰাজপথত আন্দোলনত নামিছিল। সেইটো বেয়া কথা আছিল নেকি? যদি সেয়া বেয়া আছিল তেনেহ’লে সৰ্বানন্দ সোণোৱালে অসমৰ ৰাইজৰ ওচৰত ক্ষমা খোজক।’

তেওঁ লগতে স্পষ্ট কৰে যে বিধেয়ক বিৰোধী আন্দোলনত পূৰ্বৰ অসম আন্দোলনৰ নিচিনাকৈ ছাত্ৰ-ছাত্ৰীৰ এটা শিক্ষাবৰ্ষ লোকচান নহয়। এইবাৰ ছাত্ৰ-ছাত্ৰীয়ে পঢ়িবও, আন্দোলনো কৰিব বুলি ভট্টাচাৰ্য্যই কয়।

ইপিনে কাইলৈৰ পৰা আছুসহ ৩০টা জনগোষ্ঠীয় সংগঠনে গাঁৱে-ভূঞে, চুবুৰীয়ে-চুবুৰীয়ে ৰাইজক সজাগ কৰিবলৈ ৰাইজ সভা আৰু গাওঁ সভা অনুষ্ঠিত কৰিব বুলিও বুধবাৰৰ প্ৰতিবাদতে ঘোষণা কৰে ভট্টাচাৰ্য্যই।

বিধেয়ক বাতিল নোহোৱা পৰ্য্যন্ত খিলঞ্জীয়া মানুহৰ এই সংগ্ৰাম চলিয়েই থাকিব বুলি হুংকাৰ দি তেওঁ বিধেয়ক বিৰোধী স্থিতি লোৱা মেঘালয় আৰু মিজোৰামৰ মুখ্য মন্ত্ৰীক ধন্যবাদ জনায়।

‘জাতিধ্বংসী’ বিধেয়কখন জাপি দি খিলঞ্জীয়া মানুহৰ ওপৰত দমন নচলাবলৈও চৰকাৰক সকীয়াই দি তেওঁ কয়, ‘দমন চলাবলৈ গ’লে উফৰি যাব।’

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd