• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতীয় হোৱা হ’লেই বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ সন্মুখীন হ’ল হয় হিণ্ডেনবাৰ্গ!

সংসদত প্ৰধানমন্ত্ৰী মোদী তথা বিজেপি চৰকাৰক তুলাধুনা আছাদুদ্দিন ওৱাইছিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 8, 2023 3:46 pm
Owaisi
132
VIEWS
Share on FacebookShare on Twitter

আদানী বিতৰ্কক লৈ শেহতীয়া কিছুদিন ধৰি তোলপাৰ লাগি আছে সংসদ। সদনৰ মজিয়াত আদানীৰ প্ৰসঙ্গৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰক ধাৰাবাহিক আক্ৰমণ চলাই আহিছে বিৰোধীয়ে। এইবাৰ এই বিষয়ক লৈ মোদী চৰকাৰক লক্ষ্য কৰি বাক্যশেল প্ৰয়োগ কৰিছে এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱাইছিয়ে।

প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপি চৰকাৰক আক্ৰমণ কৰি ওৱাইছিয়ে কয় যে আদানীৰ জালিয়াতি ফাদিল কৰা হিণ্ডেনবাৰ্গ যদি ভাৰতৰ হ’ল হয়, নিশ্চিতভাৱে হিণ্ডেনবাৰ্গ এতিয়া বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (UAPA) ৰ সন্মুখীন হ’লহেঁতেন।

সংসদত অব্যাহত থকা বিতৰ্কৰ মাজতে ওৱাইচিয়ে কয়, “হিণ্ডেনবাৰ্গ ভাৰতত থকা হ’লে আদানী গোটৰ বিষয়ে প্ৰতিবেদন জাৰি কৰাৰ বাবে বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (UAPA)ৰ সন্মুখীন হ’লহেঁতেন।”

গৌতম আদানীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ সম্পৰ্কক কটাক্ষ কৰি ওৱাইছিয়ে লগতে কয়, “এয়া আপোনাৰ বাবে অত্যন্ত দুৰ্ভাগ্যজনক। এতিয়া সমগ্ৰ বজাৰখন ৫ ম স্থানলৈ নামি আহিছে।”

ওৱাইছিয়ে নিজ ভাষণত বিজেপিৰ লগতে কংগ্ৰেছকো তীব্ৰ সমালোচনা কৰে। ওৱাইছিৰ মতে “ভাৰতত কংগ্ৰেছ আৰু বিজেপিয়ে অত্যন্ত ধনৱন্ত কিছু লোকৰ জন্ম দিছে। এই সকল হৈছে বিপুল ধন-সম্পত্তি লৈ দেশৰ পৰা পলায়ন কৰা লোক।” “সেই তালিকাত মোগলৰ নাম সন্নিবিষ্ট হৈছে নেকি” বুলিও ওৱাইছিয়ে কটুক্তি কৰে।

নিজ ভাষ্যত হায়দৰাবাদৰ সাংসদগৰাকীয়ে লগতে মোদী চৰকাৰে দেশৰ ৰাষ্ট্ৰীয় পতাকাৰ পৰা সেউজীয়া ৰং আঁতৰাই পেলাব নেকি বুলিও এক বিস্ফোৰক প্ৰশ্ন উত্থাপন কৰে। সেউজীয়াক লৈ চৰকাৰৰ ইমান সমস্যা কিয় বুলিও বিজেপি চৰকাৰক আক্ৰমণ কৰে ওৱাইছিয়ে।

তেওঁ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে চীনৰ অনুপ্ৰৱেশৰ কথা ক’বনে বুলি প্ৰশ্ন কৰাৰ লগতে বিলকিছ বানোৰ ন্যায়ৰ প্ৰসঙ্গও উত্থাপন কৰে। ২০২৩ চনৰ কেন্দ্ৰীয় বাজেটত সংখ্যালঘু আঁচনিৰ ধন কৰ্তন কৰাৰ বাবে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে আছাদুদ্দিন ওৱাইছিয়ে।

Recent News

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd