IGNOUৰ নামভৰ্তি আৰু পুনঃপঞ্জীয়নৰ অন্তিম তাৰিখ বৃদ্ধি কৰা হৈছে; কেতিয়া অন্তিম তাৰিখ?

index.jpgk

ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ নামভৰ্তি আৰু পুনৰ পঞ্জীয়নৰ অন্তিম তাৰিখ বৃদ্ধি কৰা হৈছে।

পূৰ্বে প্ৰকাশ কৰা অনুসৰি ২০২১ শিক্ষা বৰ্ষৰ পুনৰ পঞ্জীয়ন আৰু নামভৰ্তিৰ অন্তিম তাৰিখ জানুৱাৰীলৈকে আছিল যদিও এতিয়া ইয়াৰ সময় সীমা ৩১ মাৰ্চ ২০২১ লৈ বৃদ্ধি কৰা হৈছে।

বিশ্ববিদ্যালয়খনৰ অফিচিয়েল টুইটাৰত এই ঘোষণা কৰা হৈছে।

“IGNOU ৰ নামভৰ্তি আৰু পুনৰ পঞ্জীয়নৰ সময় সীমা ২০২১ৰ জানুৱাৰীৰ পৰা ৩১ মাৰ্চ ২০২১লৈ বৃদ্ধি কৰা হৈছে।” ১৬ মাৰ্চৰ টুইটত এইদৰে কোৱা হৈছে।

এই লিংকত শিক্ষাৰ্থীসকলে নামভৰ্তি কৰিব পাৰিব : https://t.co/7U6I9tUbCF

আৰু পুনৰ পঞ্জীয়নৰ বাবে এই লিংকত ক্লীক কৰিব লাগিব শিক্ষাৰ্থীসকলে :https://t.co/riYt3WqcJi

Direct link to re register for IGNOU Janaury session 2021

২০২১ শিক্ষাবৰ্ষৰ বাবে শিক্ষাৰ্থীসকলে পুনঃপঞ্জীয়ন কৰিবলৈ তলৰ ৱেবচাইটটো ভিজিত কৰিব পাৰিব- ignou.ac.in